Wednesday, July 30, 2025
33.3 C
Guwahati
TOP NEWS:

অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত বক্তৃতা অনুষ্ঠান সম্পন্ন

- Advertisement -

গুৱাহাটীঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ টেপেচিয়াস্থিত চৌহদৰ লোক প্রশাসন (Public Administration) বিভাগৰ উদ্যোগত শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ কেৰিয়াৰ উন্নতিৰ অৰ্থে এটা বক্তৃতা অনুষ্ঠান ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হয়।

লোক প্রশাসন বিভাগৰ সহকাৰী অধ্যাপক ড° পংকজ কুমাৰ কলিতাৰ নেতৃত্বত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানটোৰ সমল ব্যক্তি হিচাপে বিশ্ববিদ্যালয়খনৰে আজাৰাস্থিত মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা বিশিষ্ট কেৰিয়াৰ বিশেষজ্ঞ ড° বুলজিৎ বুঢ়াগোহাঁয়ে অংশ গ্রহণ কৰে। ড° বুঢ়াগোহাঁয়ে ভাষণ ৰখাৰ উপৰিও শিক্ষাৰ্থীসকলৰ সৈতে অন্তৰংগ আলাপেৰে কেৰিয়াৰ সম্পৰ্কে তেওঁলোকৰ বিভিন্ন প্রশ্নৰ যথোচিত উত্তৰ দিয়ে।

দিনৰ ১১ বজাৰপৰা ১বজালৈ অনুষ্ঠিত দুঘণ্টীয়া অনুষ্ঠানটিয়ে শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ বিষয়ক উত্তৰণত বিশেষ পেলাব বুলি তেওঁলোকে মন্তব্য প্রদান কৰে।

Hot this week

Poor family availing PMJAY benefits in SSB Composite Hospital...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
overcast clouds
27.9 ° C
27.9 °
27.9 °
85 %
1.4kmh
85 %
Wed
33 °
Thu
34 °
Fri
33 °
Sat
34 °
Sun
28 °