Wednesday, July 30, 2025
26.8 C
Guwahati
TOP NEWS:

আন্ত:জিলা আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা আয়োজন বিশ্বনাথ আৰক্ষীৰ

- Advertisement -

 

এইবাৰ খেল পথাৰত দুভৰিৰ যাদু প্ৰদৰ্শন কৰিব সাজু হৈছে।বিশ্বনাথ জিলা আৰক্ষী।

বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত প্ৰথম বাৰৰ বাবে আৰম্ভ হ’ব আন্ত:জিলা আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা।

এই ফুটবল প্ৰতিযোগিতা আৰম্ভ হ’ব অহা ১ আগষ্টত।

এই প্ৰতিযোগিতাৰ শুভ উদ্ধোধনী খেলখন বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বেদেতী চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত হ’ব লগীয়া স্থান সমূহ হৈছে ,

১ আগষ্ট,সোমবাৰে বেদেতী চাহ বাগিচা খেলপথাৰ,২ আগষ্ট, মঙ্গলবাৰে জিনজিয়া মহাবীৰ বিদ্যালয় খেলপথাৰ আৰু গহপুৰ ষ্টেডিয়াম ।

৩ আগষ্ট, বুধবাৰে পুনৰ বেদেতী চাহ বাগিচাৰ খেলপথাৰ আৰু বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামত অনুষ্ঠিত কৰা হব এই প্ৰতিযোগীতাৰ।

৪ আগষ্ট, বৃহস্পতিবাৰে পুনৰ বেদেতী চাহ বাগিচা খেলপথাৰ

আৰু অন্তিম দিন অৰ্থাৎ এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব

৫আগষ্ট শুকুৰবাৰে বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামত।

বিয়লি ৩ বজাৰ পৰা এই প্ৰতিযোগিতা সমূহ আৰম্ভ হ’ব।

বিশ্বনাথ জিলা অৰক্ষীৰ দ্বাৰা অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতা খল সমূহত ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্হিতি কামনা কৰিছে। বিশ্বনাথ জিলা আৰক্ষীয়ে।

 

Hot this week

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Topics

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Samsung India Begins Pre Orders for Galaxy Z Fold7, Galaxy Z Flip7 – The Most Advanced Galaxy Z series yet

New Delhi, July 14, 2025: Samsung, India’s largest consumer electronics...

Related Articles

Popular Categories

Assam
moderate rain
26.1 ° C
26.1 °
26.1 °
90 %
3.2kmh
29 %
Tue
26 °
Wed
33 °
Thu
34 °
Fri
34 °
Sat
32 °