Tuesday, July 8, 2025
26.9 C
Guwahati
TOP NEWS:

বনভাগ মহাবিদ্যালয়ত আছু গোট গঠন

- Advertisement -

 

বনভাগ মহাবিদ্যালয়ত আছু গোট গঠন

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত বনভাগ মহাবিদ্যালয় আছু গোটৰ অধিৱেশন অনুষ্ঠিত হয়।

 

লগতে নৱনিৰ্বাচিত সমিতিখন গঠন কৰা হয়।
তৃষ্ণা দাসক সভাপতি হিচাপে আৰু শমিৰণ শৰ্মাক সম্পাদক হিচাপে প্ৰায় ৭১ জনীয়া এখন পুৰ্ণাংগ সবল সমিতি গঠন কৰা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিৰকজ্যোতি শৰ্মা, ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ইলিয়াছ আলী, উপদেষ্টা নিকুন্জ শৰ্মা, সাহিত্য সম্পাদক আৰ্জু আহমেদ, সহকাৰী সাধাৰণ সম্পাদক ইমৰান হুছেইন আৰু ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা সদস্য সকল ।

প্ৰেৰক ফইজুল হক চৌধুৰীৰ

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
25.8 ° C
25.8 °
25.8 °
85 %
2.2kmh
94 %
Tue
26 °
Wed
29 °
Thu
32 °
Fri
33 °
Sat
33 °