Wednesday, July 9, 2025
25.7 C
Guwahati
TOP NEWS:

নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত AFSPA বাতিলৰ দাবিত অৱস্থান ধৰ্মঘট

- Advertisement -

নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত AFSPA বাতিলৰ দাবিত অৱস্থান ধৰ্মঘট

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট ।

নাগালেণ্ডত যি নিৰীহ লোকৰ সেনাৰ গুলিত মৃত্যু হ’ল। ইয়াকলৈ সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নলবাৰী সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে উত্তৰ-পূৰ্বিঞ্চলৰ পৰা সামৰিক বাহিনীৰ ওপৰত থকা বিশেষ ক্ষমতা আইনখন(AFSPA )বাতিলৰ দাবিৰে নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মুখত কলা কাপোৰ বান্ধি দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

উক্ত কাৰ্যসূচীৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মনে অতি শিঘ্ৰে APSPA খন বাতিলৰ দাবি জনাই।

আজিৰ কাৰ্য্য সূচীৰ অন্তত সংগঠনটোৱে এই বিশেষ আইন খন উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বাতিলৰ দাবি জনাই জিলা উপায়ুক্তৰ জৰিয়তে
ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
25.7 ° C
25.7 °
25.7 °
88 %
1.9kmh
100 %
Tue
26 °
Wed
28 °
Thu
33 °
Fri
33 °
Sat
33 °