Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

বিশ্বনাথত উদ্ধাৰ অচিনাকী বৃদ্ধা : চিকিৎসালয়ত ভৰ্তি যুৱ মৰ্চা 

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথত উদ্ধাৰ অচিনাকী বৃদ্ধা : চিকিৎসালয়ত ভৰ্তি যুৱ মৰ্চা

বিশ্বনাথত ১৬ জুলাই :বিশ্বনাথ চাৰিআলিত এগৰাকী ষাঠিৰ উৰ্ধৰ ৰোগীয়া বৃদ্ধা উদ্ধাৰ হয়।
উদ্ধাৰ হোৱা বৃদ্ধা গৰাকীৰ উন্নত চিকিৎসাৰ দায়িত্ব ললে বিজেপিৰ বিশ্বনাথ চাৰিআলি নগৰৰ যুৱ মর্চাৰ সদস্য সদস্যাই। বৃদ্ধা ৰোগী গৰাকীক দেওবাৰে উন্নত চিকিৎসা বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত যুৱ মৰ্চা নগৰ মণ্ডলৰ সভাপতি বিজিত শইকীয়া নেতৃত্বত এটা দলে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা চিকিৎসা বাবে।

উল্লেখযোগ্য যে যোৱা ২৯ জুনত বিশ্বনাথ চাৰিআলি জীৱন বীমা কাৰ্যালয়ৰ কাষত চাইকেল ষ্টেণ্ড উদ্ধাৰ হৈছিল এগৰাকী অচিনাকী ৰোগীয়া বৃদ্ধা।

কিন্তু এই ৰোগীয়া বৃদ্ধা গৰাকীক প্ৰথমে এটা স্বেচ্ছাসেৱী সংগঠন উদ্ধাৰ কৰি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও পৰৱৰ্ত্তী সময়ত ৰোগীয়া বৃদ্ধা গৰাকী চিকিৎসালয় চিকিৎসাধীন হৈ থকাৰ খবৰ লাভ কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।
বিধায়ক গৰাকীয়ে খবৰটো পোৱা পিছতে অচিনাকি বৃদ্ধা ৰোগী গৰাকীক উন্নত চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি নগৰ যুৱ মৰ্চা যুৱক সকলক নিৰ্দেশ দিয়ে। ইফালে নিৰ্দেশৰ পিছতে দেওবাৰে বিশ্বনাথ চাৰিআলি যুৱ মৰ্চাৰ নগৰ মণ্ডলক সভাপতি বিজিত শইকীয়া নেতৃত্বত যুৱক কেইজনে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ উন্নত চিকিৎসা বাবে এখন এম্বুলেন্সৰ জৰিয়তে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নি চিকিৎসা ব্যৱস্থা কৰে।

আনহাতে অচিনাক্ত বৃদ্ধা গৰাকীক উদ্ধাৰ আৰু চিকিৎসা ক্ষেত্ৰত বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱাৰ সহযোগিতা থকা কথা উল্লেখ কৰে বিজিত শইকীয়াই । কিন্তু বৰ্তমান সময়লৈকে উদ্ধাৰ হোৱা ৰোগীয়া বৃদ্ধা গৰাকীৰ এই পৰ্যন্তে পৰিচয় জানিব পৰা হোৱা নাই আৰু অচিনাক্ত মহিলা এগৰাকী বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কথা উল্লেখ কৰে যুৱ মৰ্চা সভাপতি গৰাকীয়ে।
লগতে কয় যদি কোনোবাই মহিলা গৰাকীক চিনি পাই শীঘ্ৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান জনাই শইকীয়াই।

- Advertisement -

Hot this week

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds