Friday, June 13, 2025
37.2 C
Guwahati
TOP NEWS:

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

হলটোৰ বাহিৰ ভাগ কিছু ঘূৰা-ফুৰা কৰি খবৰ কৰিলোঁ সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া "light & sound show" ৰ বিষয়ে। তেতিয়ালৈ চাৰে পাঁচমান বাজিছে । হাতত এঘণ্টামান সময় আছে । গতিকে সময়ৰ সদ্ব্যৱহাৰ কৰি কেথাদ্ৰেলৰ সন্মুখৰ ৰস্তাটোৰে কিছু খোজ কাঢ়ি এই চেগতে কেথাদ্ৰেলো দৰ্শন কৰিলোঁ

- Advertisement -
১৫/০৪/২০২৫
কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল “ভিক্টোৰিয়া মেমৰিয়েল হল”ত কটোৱা সময়কণ । দিনৰ আঢ়ৈমান বজাত তাত প্ৰৱেশ কৰি প্ৰায় ৩ ঘণ্টা গোটেই হলটো ঘূৰি-পকি চালোঁ। ব্ৰিটিছ শাসনৰ ঐতিহ্য বহন কৰা এই হলটোৰ প্ৰতিটো চুকে-কোণে খোদিত হৈ আছে স্মৃতি সংৰক্ষণ কৰিব জনা জাতি এটাৰ ৰুচি আৰু পৰাক্ৰমৰ কাহিনী।May be an image of 4 people and text that says "F90153 5 F90 NOREFUSAL NO REFUSAL"
হলটোৰ বাহিৰ ভাগ কিছু ঘূৰা-ফুৰা কৰি খবৰ কৰিলোঁ সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া “light & sound show” ৰ বিষয়ে। তেতিয়ালৈ চাৰে পাঁচমান বাজিছে । হাতত এঘণ্টামান সময় আছে । গতিকে সময়ৰ সদ্ব্যৱহাৰ কৰি কেথাদ্ৰেলৰ সন্মুখৰ ৰস্তাটোৰে কিছু খোজ কাঢ়ি এই চেগতে কেথাদ্ৰেলো দৰ্শন কৰিলোঁ ।
May be an image of 4 people and monument
চাৰে ছয় বজাৰ আগে আগে ভিক্টোৰিয়া মেমৰিয়েলত পুনৰ প্ৰৱেশ কৰিলোঁ পোহৰ আৰু শব্দৰ প্ৰদৰ্শনী চাবলৈ বুলি । মুকলি আকাশৰ তলত শাৰী শাৰী চকী । যাৰ য’ত যেনেকৈ মন বহিব পাৰে । সন্মুখত বিশাল ভিক্টোৰিয়া মেমৰিয়েল। ঠিক চাৰে ছয় বজাত সকলো লাইট নুমুৱাই দিয়া হ’ল। দিনত হেঁপাহ পলুৱাই চোৱা ভিক্টোৰিয়া মেমোৰীয়েল জিলিকি উঠিল অন্য এক ৰূপত । পোহৰৰ যাদুৰে দেখুৱাই গ’ল কলকাতাৰ অনেক কাহিনী, কিছু ইতিহাস আৰু কিছু কলিকতাৰ মৰ্মগাঁথা । চকুৰ পলক নেপেলোৱাকৈ ৪০ মিনিট পাৰ কৰিলোঁ । সময় কেনি পাৰ হ’ল গমেই নাপালোঁ ।
এই “light & sound show”টো নাচালে, কলকাতা ভ্ৰমণ আধৰুৱা হৈ ৰ’লহেঁতেন
- Advertisement -

Hot this week

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

দৃশ্য-শ্ৰাব্য নতুন গীত ‘মৰমৰ কওৱা’ শুভমুক্তিৰ বাবে সাজু

লিডুৰ পৰা দেৱজিত বৰাঃ ডি বি প্ৰডাকচনৰ নিবেদনত অসমৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Topics

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

Related Articles

Popular Categories

Assam
clear sky
35.7 ° C
35.7 °
35.7 °
54 %
1.7kmh
0 %
Fri
36 °
Sat
34 °
Sun
33 °
Mon
34 °
Tue
29 °