Friday, June 6, 2025
25.4 C
Guwahati
TOP NEWS:

শোণিতপুৰ বিশ্বনাথ জিলালৈ ভাল খবৰ :: হাড় ভঙাৰ সকলো জটিল অস্ত্ৰোপচাৰ এতিয়া তেজপুৰতে সম্ভৱ ::

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

শোণিতপুৰ বিশ্বনাথ জিলালৈ ভাল খবৰ ::
হাড় ভঙাৰ সকলো জটিল অস্ত্ৰোপচাৰ এতিয়া তেজপুৰতে সম্ভৱ ::

অসম খবৰ ডিজিটেল ডেস্ক তেজপুৰ ৩১ আগষ্ট :মধ্য অসম তথা উত্তৰ পাৰৰ চিকিৎসা ক্ষেত্ৰলৈ নতুন সংযোজন। শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাবাসী বাবে স্বাস্থ্য ক্ষেত্ৰত এক নৱতম সংযোগ ।

 

তেজপুৰৰ পৰোৱাৰ নিকামূলত স্থাপন কৰা Orthocare Hospital খন আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই।


বিশেষকৈ চিকিৎসালয় খনত হাড়ৰ যিকোনো ৰোগৰ নিৰ্মূল, হাড় ভঙাৰ সকলো জটিল অস্ত্ৰোপচাৰ লগতে শিশুৰ হাড় জনিত সকলো ৰোগ নিৰ্মূলৰ বিশেষ চিকিৎসা “পেডিয়েট্ৰিক অৰথো”ৰ বিশেষ বিভাগৰ উপৰি উন্নতমানৰ ফিজিঅ থেৰাপী ব্যৱস্থা উপলব্ধ থকা কথা প্ৰকাশ কৰে চিকিৎসালয় খনৰ কৰ্তৃপক্ষই।
এই চিকিৎসালয়ত ICU ৰ ব্যৱস্থা থকা বুলি প্ৰকাশ কৰে।

এই চিকিৎসালয় খনত বিশিষ্ট ভাৱে চিকিৎসা সেৱা আগবঢ়াব অস্থিৰোগ বিশেষজ্ঞ ডাঃ পাৰ্থ দাস, ডাঃলেলিন শইকীয়া,
ডাঃ দেৱাশিষ বৰা লগতে ডাঃ ফিৰোজ পেগুৱে ।

- Advertisement -

Hot this week

The Role of Social Organizations in Children’s Career Development -Dr. Buljit Buragohain 

Children’s career development is a long-term and multifaceted process....

Monsoon Session of Parliament to be convened from 21st of next month

The government today announced the schedule for the Monsoon...

শক্তিপীঠ মা-কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মেলা

নিলাচল পাহাৰস্থিত শক্তিপীঠ মা-কামাখ্যা ধামত অহা ২২ জুনৰ পৰা...

Topics

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৩০ ছেপ্তেম্বৰলৈকে অটল নগৰীয়া উজ্জীৱিতকৰণ...

Monsoon Session of Parliament to be convened from 21st of next month

The government today announced the schedule for the Monsoon...

The Role of Social Organizations in Children’s Career Development -Dr. Buljit Buragohain 

Children’s career development is a long-term and multifaceted process....

শিশুসকলৰ কেৰিয়াৰ গঠনত সামাজিক অনুষ্ঠানৰ ভূমিকা

🖋️ড° বুলজিৎ বুঢ়াগোহাঁই           শিশুসকলৰ কেৰিয়াৰ গঠন এটা দীঘলীয়া আৰু...

Related Articles

Popular Categories

Assam
few clouds
24.3 ° C
24.3 °
24.3 °
93 %
1.1kmh
11 %
Fri
32 °
Sat
34 °
Sun
34 °
Mon
33 °
Tue
33 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds