Wednesday, June 11, 2025
30.1 C
Guwahati
TOP NEWS:

গোৱালপাৰাত ব্লেক মেন বা ক’লা মানুহৰ আতংকঃ ৰাইজক অপপ্ৰচাৰত গুৰুত্ব নিদিবলৈ আহ্বান জিলা প্ৰশাসনৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦ সম্প্ৰতি ক’লা মানুহ বা ব্লেক মেনৰ সন্ত্ৰাসে ছানি ধৰিছে সমগ্ৰ গোৱালপাৰা জিলা৷ জিলা খনৰ প্ৰান্তে প্ৰান্তে এতিয়া নিশা নামি আহিলেই বিৰাজ কৰে ক’লা মানুহৰ অজান আতংক৷ সমগ্ৰ গোৱালপাৰাৰ চুকে কোণে বৰ্তমানে বাগৰি ফুৰিছে ব্লেক মেনৰ অলেখ মুখৰোচক কাহিনী৷ এনে সময়তে ৰাইজৰ মাজত ভীতি বিহ্বলতাৰ উদ্ৰেককাৰী এই অবান্তৰ বিষয়টো দৃষ্টি গোচৰ হৈছে জিলা প্ৰশাসনৰ৷

 

যাৰ ফলশ্ৰুতিত গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনে মাইকিঙৰ জৰিয়তে ৰাইজক বিষয়টোৰ সন্দৰ্ভত সজাগ কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে৷ আৰক্ষী প্ৰশাসনে এয়া দুষ্ট চক্ৰৰ এক অপপ্ৰচাৰ বুলি জানিবলৈ দি ক’লা মানুহ বা ব্লেক মেনৰ কোনো সত্যতা নাই বুলি ঘোষণা কৰিছে৷

আনহাতে, ক’লা মানুহৰ সন্দেহত কোনেও যাতে কাকো আক্ৰমণ নকৰে তাৰ বাবেও আহ্বান জনাইছে প্ৰশাসনে৷ এই সন্দৰ্ভত কিবা সন্দেহজনক ঘটনা সংঘটিত হ’লেই লগে লগে আৰক্ষী প্ৰশাসনক জনাবলৈ ৰাইজক আহ্বান জনাইছে জিলা আৰক্ষী প্ৰশাসনে৷

- Advertisement -

Hot this week

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Topics

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

Related Articles

Popular Categories

Assam
few clouds
27.4 ° C
27.4 °
27.4 °
82 %
1.6kmh
21 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
33 °
Sun
34 °