তেজপুৰত গ্ৰীণ আচিয়ানা হোটেল মুকলি ::
তেজপুৰত গ্ৰীণ আচিয়ানা হোটেল মুকলি :: শাৰদীয়্ দূৰ্গা পূজা । এই পূজা বতৰত সকলোৱে নতুন নতুন চিন্তাৰে এটা নতুন পৰিকল্পনা লয়। তাৰ ব্যতিক্ৰম নহ’ল […]
তেজপুৰত গ্ৰীণ আচিয়ানা হোটেল মুকলি :: শাৰদীয়্ দূৰ্গা পূজা । এই পূজা বতৰত সকলোৱে নতুন নতুন চিন্তাৰে এটা নতুন পৰিকল্পনা লয়। তাৰ ব্যতিক্ৰম নহ’ল […]
Backed by Social-Alpha- an initiative Supported by Tata Trusts. Phool.cois India’s first wellness brand to have both Fairfor Life- Fairtrade and EcOcert […]
সামাজিক আলফা সমৰ্থিত ডি2চি ষ্টাৰ্ট-আপ Phool.co নামৰ ধূপ কোম্পানীটোক :: গুৱাহাটীৰ ৭ অক্টোবৰ :: যি ফুল ব্যৱহাৰৰ পাছত আমি পেলনীয়া জাবৰ লগত […]
■ কলিকতাৰ এগৰাকী যুৱক। যুৱকজনৰ এনে এটা দিন আছিল, যেতিয়া তেওঁৰ পকেটত মাত্ৰ ২,৫০০ টকাহে আছিল। তেওঁ সেই টকাৰে চেণ্ডউইচ ব্যৱসায় আৰম্ভ কৰিছিল। বৰ্তমান এইজন […]
গোৱালপাৰাৰ ভীমাজুলিত বৰশী বোৱা প্ৰতিযোগিতা অসম খবৰ প্ৰতিনিধি গোৱালপাৰা ১৯ ছেপ্টেম্বৰ :: মৎস্য চিকাৰ মানৱ জাতিৰ এক প্ৰাচীন পৰম্পৰা ৷ দেশে বিদেশে ইয়াৰ ধৰণ […]
■ আমেৰিকাৰ চিকাগো চহৰত স্বামী বিবেকানন্দই বিশ্ব ধৰ্ম মহা সভাত ভাষণ প্ৰদান কৰি ভাৰতীয় সংস্কৃতি আৰু হিন্দু দৰ্শনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ দিনটোৰ স্মৰণ কৰা […]
বিশ্বনাথ জৈৱিকৰ সহযোগত প্ৰস্তুত কৰা হৈছে এই স্প্রে মেচিন অসম খবৰ বিশ্বনাথ চাৰিআলি ৯ ছেপ্টেম্বৰ:: বিশ্বনাথৰ এজন স্বেচ্ছামূলক অৱসৰ গ্রহণ কৰা এজন জোৱানে ট্ৰেক্টৰত সংযোজিত […]
বিশ্বনাথত অভিৰুচি ক্ৰীড়া দিৱস পালন : উদ্দীপ্ত চ’ৰাৰ উদ্যোগত বেদেতীত মাৰাথান দৌৰ প্ৰতিযোগিতা :: অসম খবৰ ডিজিটেল বিহালী ৩ ছেপ্টেম্বৰ : অসম তথা উত্তৰ […]
■ জয়ন্ত কুমাৰ হাজৰিকা ,নামনি লক্ষীমপুৰ, নাৰায়ণপুৰঃশি শু মনৰ ভাৱৰ উন্মেষ ঘটাই নাৰায়ণপুৰৰ ৭ বছৰীয়া শিশু লেখিকা কুঁহি চেতিয়াই লিখি উলিয়াইছে ‘বেবেৰিবাং সাধু’ শীৰ্ষক এখনি […]
♣ক’ভিড মহামাৰীৰ বাবে জাৰি কৰা নিৰ্দেশাৱলীৰ বাবে বহুজনৰ আয়ৰ পথ ৰুদ্ধ হৈ পৰিছে। সেয়ে ক’ভিদ প্ৰত্যাহ্বানৰ মাজত আৰ্তজনক কিছু সহায়ৰ হাত আগবঢ়াইছে “জোনাক এটি প্ৰচেষ্টা” […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds