গছৰ পকা পাতবোৰ
ধুনীয়া ফুলবোৰ ইত্যাদি
গছৰ পকা পাতবোৰ
বতাহজাকত গছৰ পকা পাতবোৰ
সৰি সৰি শেষ হ’ল
এতিয়া দুহাত মেলি
গছবোৰে চাই আছে আকাশলে’
ধুনীয়া ফুলবোৰ
কাঁইটৰ মাজত ধুনীয়া ফুলবোৰ
ফুলি থকা দেখি
সৰু ছোৱালী এজনীয়ে হঠাৎ উচুপি উঠিল
বাঁহীৰ সুৰ এটা
দূৰণিৰ গাঁওখনৰ পৰা বাঁহীৰ সুৰ এটা
ভাহি আহিছে
গছৰ ডালত ওলমি থকা জোনটো
লয়লাসে নাচি উঠিল
ফোনঃ ৬০০০৮১৩৩১৬
Leave a Reply Cancel reply