শেহতীয়া আপডেটঃ

গোৱালপাৰাৰ ভীমাজুলিত বৰশী বোৱা প্ৰতিযোগিতা Video

 

গোৱালপাৰাৰ ভীমাজুলিত বৰশী বোৱা প্ৰতিযোগিতা

অসম খবৰ প্ৰতিনিধি গোৱালপাৰা ১৯ ছেপ্টেম্বৰ ::

মৎস্য চিকাৰ মানৱ জাতিৰ এক প্ৰাচীন পৰম্পৰা ৷
দেশে বিদেশে ইয়াৰ ধৰণ আৰু প্ৰক্ৰিয়া ভিন্ন যদিও মৎস্য চিকাৰৰ প্ৰকৃত উদ্দেশ্যই হ’ল ভোগ আৰু আনন্দ প্ৰাপ্তি ৷
যুগ পৰিবৰ্তনৰ লগে লগে মৎস্য চিকাৰ পৰম্পৰাই প্ৰতিযোগিতাৰো স্থান ল’লে ৷ তেনে এক মৎস্য চিকাৰ প্ৰতিযোগিতাই অনুষ্ঠিত হ’ল গোৱালপাৰা জিলাৰ টুকুৰাৰ কাষৰীয়া ভীমাজুলিত ৷

বৰশী বাই মাছ ধৰা এই প্ৰতিযোগিতা অংশ ল’লে শশ প্ৰতিযোগীয়ে ৷

উদ্যোক্তা সকলে জনোৱা অনুসৰি প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এই বৰশী বোৱা প্ৰতিযোগিতা।

অৱশ্যে ক’ৰোনা মহামাৰীৰ বাবে বিগত বছৰত এই প্ৰতিযোগিতা অনুষ্ঠিত নহ’ল ৷ এইবেলি পৰিবেশ কিছু উন্নত হোৱাত আয়োজন কৰা হয় এই আকৰ্ষণীয় প্ৰতিযোগিতা ৷ জানিব পৰা মতে এইবেলি বৰশী বোৱা প্ৰতিযোগিতাত অসমৰ গোৱালপাৰা জিলাৰ লগতে মেঘালয়ৰ দাঁতিকাষৰীয়া অঞ্চলৰ বহু প্ৰতিযোগীয়ে অংশ লয় ৷ শ্বিলং আৰু দাৰ্জিলিঙৰ আদি কে ধৰি বহু প্ৰতিযোগীয়ে আংশ কৰে এই বৰশী বোৱা প্ৰতিযোগিতাত ৷

গোৱালপাৰাৰ ভীমাজুলিত বৰশী বোৱা প্ৰতিযোগিতা

প্ৰতিনিধি গোৱালপাৰা
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.