তেজপুৰত গ্ৰীণ আচিয়ানা হোটেল মুকলি ::

 

তেজপুৰত গ্ৰীণ আচিয়ানা হোটেল মুকলি ::


শাৰদীয়্ দূৰ্গা পূজা ।
এই পূজা বতৰত সকলোৱে নতুন নতুন চিন্তাৰে এটা নতুন পৰিকল্পনা লয়।
তাৰ ব্যতিক্ৰম নহ’ল বিশ্বনাথৰ বিহালী মোনাবাৰী বালিপুখুৰী ড০ কিশোৰ হাজৰিকা।
এই দূৰ্গা পূজা বতৰত
গ্রীণ আচিয়ানা উদ্যোগত নতুনকৈ তেজপুৰ মাজগাঁওৰ মুঢ়া টেতেলিত এখন গ্রীণ আচিয়ানা
ভােজনালয় নামেৰে হোটেল মুকলি কৰে শনিবাৰে ।

সাংবাদিক শ্ৰীমন্ত দাসে আঁত ধৰা অনুষ্ঠানটো
হোটেল খন শুভ উদ্বোধন কৰে জিলা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ জিলা প্ৰচাৰকে।

ইফালে এই শুভ উদ্বোধনী অনুষ্ঠানত গ্ৰীণ আচিয়ানা স্বত্বাধিকাৰী ড০ কিশোৰ হাজৰিকা লগতে পৰিয়াল বৰ্গৰ ও অঞ্চলটো বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

Be the first to comment

Leave a Reply

Your email address will not be published.


*