31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    উদ্দীপ্ত চ’ৰাৰ উদ্যোগত বেদেতীত মাৰাথান দৌৰ প্ৰতিযোগিতা :National Sports Day Bhogeswar Baruah

     

    বিশ্বনাথত অভিৰুচি ক্ৰীড়া দিৱস পালন :
    উদ্দীপ্ত চ’ৰাৰ উদ্যোগত বেদেতীত মাৰাথান দৌৰ প্ৰতিযোগিতা ::

    অসম খবৰ ডিজিটেল বিহালী ৩ ছেপ্টেম্বৰ :
    অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সোণৰ পদকেৰে অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাই প্ৰথম ব্যক্তি আৰু জাতিৰ গৌৰব আছিল ।
    শিৱসাগৰৰ জয় সাগৰ পুখুৰীৰৰ অঞ্চলত ৩ চেপ্তেম্বৰত জন্ম গ্ৰহণ কৰা এই মহান খেলুৱৈ গৰাকীৰ এই ওপজা দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় ।
    আজি ৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে বিহালী বেদেতীৰ স্বেচ্ছাসেৱি ক্ৰীড়া অনুষ্ঠান উদ্দীপ্ত চ’ৰাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এবাইৰো বেদেতীৰ পৰা ৰৌমাৰী,ৰাংছালী ,জামোনী হৈ প্ৰায় ২১ কিলোমিটাৰ মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
    দৌৰৰ শেষত প্ৰথম , দ্বিতীয় আৰু তৃতীয় বিজয়ীক পুৰস্কাৰ  দিয়া হয় ।এই অনুষ্ঠানত আতঁ ধৰে উদ্দীপ্ত চ’ৰাৰ সভাপতি দীপক শৰ্মা ‘সম্পাদক জয়ন্ত বৰাৰ লগতে চ’ৰাৰ সদস্য সকলে । এই দৌৰ যাত্ৰা শুভ উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ পিণ্টু গগৈ ।

     

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.