কিছু মিঠা প্ৰবঞ্চনাৰে

ৰাধা হৈ তোমাৰ বাঁহীলৈ বাট চোৱাৰ হাহাকাৰ অথবা ঘড়ীৰ কাটাত টোপনি সামৰি ৰখা নিশা কোনোটোৱেই নাছিল আমাৰ প্ৰেমৰ সহচৰ মোৰ কৃষ্ণ! সপোনৰ ঝুলনাত দুলি থাকোঁতে […]

আঘোণ

ধাননি উজাই বলিছে সখীয়তী বতাহ গা-ভাৰী পথাৰখনে সপোন এটি সিঁচি দিছে আলফুলে বৰ আলফুলে এতিয়া চুপতা-চুপতি কৰি ৰাংঢালি ছোৱালীৰ কাঁচিত খনে খনে হয় মুঠি সিহঁতৰ […]

কথা…

কিছুমান কথা থাকে, মন ভৰে কিছুমান কথা থাকে, চকুপানী সৰে কিছুমান কথা থাকে, মৰম জাগে কিছুমান কথা থাকে, হৃদয় ভাঙে কিছুমান কথা থাকে, চিন্তাৰ উদ্ৰেক […]

এটি সপোনৰ অপমৃত্যু ✒️স্মৃতি ৰেখা গগৈ

আঘোণৰ গৰ্ভৱতী ধাননীডৰাৰ দৰেই ভৰুণ মোৰ সপোন বোৱতী নৈৰ দৰে জীৱনৰ গতি বাধা বিহীন ধীৰ স্থিৰ সময়ৰ বানে উটুৱাই নিয়া জীৱনটোত খেপিয়ালেই হাতত লাগি আহে […]

দুঃসময় দিনৰ সংলাপ – পৰী ৰাজখোৱা

দুঃসময় দিনৰ সংলাপ – পৰী ৰাজখোৱা মাজনিশা জিলীকেইজনীয়ে বিনাই কিবা যেন‌ নোপোৱাৰ দুখত। সময়বোৰ অতীত হল‌ অতীতৰ‌ বাবেই আজি তাই এচামৰ বাবে চৰিত্ৰহীনা। বগা কাপোৰত […]

শেৱালি ✒️স্মৃতি ৰেখা গগৈ

শেৱালি শৰতৰ আকাশত শুভ্ৰতাৰ আঁচল মেলি শেৱালিয়ে জিলিকাই দূৱৰি ডৰাত নিয়ৰৰ নিভাজ মৰম সময়বোৰ যে আবদ্ধ আজি শেৱালিৰ শুভ্ৰ কৰনিত খেপিয়াও শৰতৰ বুকুত হেৰাই যোৱা […]

কবি  :  অকবি (নীলিম কুমাৰৰ সমীপেষু) ✒️জুনমনি গগৈ    

কবি  :  অকবি (নীলিম কুমাৰৰ সমীপেষু)   আপুনি ক’লে মই নামানিলোঁ মই ক’লো আপুনি নামানিলে সেই বুলিয়েই আমি বেয়া পাম ইজনে সিজনক? এইখন গণতন্ত্ৰ দেশ […]

তিনিটা স্তৱক ✒️ দেৱজিত বৰা

তিনিটা স্তৱক ✒️ দেৱজিত বৰা ১ তুমি অহা যোৱাৰ পথত পুৱাৰ ৰ’দালিৰ হাঁহি বাটৰ কাষৰ হালধীয়া ফুলবোৰ ফুলি উঠিছে ২ সৰিয়হ ফুল ফুলা দুপৰ ৰাতি […]