গুৱাহাটীঃ ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন অসম মহিলা অভিযন্তা সন্থা’ৰ (Women Engineers Forum of Assam) ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস অহা ৯ নবেম্বৰত গুৱাহাটীৰ পাণবজাৰস্থিত ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰ্ছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। সিদিনা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সিদিনা বিয়লি ৪ বজাত শুভাৰম্ভ হবলগীয়া অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসমৰ অভিযান্ত্ৰিক শিক্ষা জগতৰ এগৰাকী স্বনামধন্য শিক্ষাবিদ ডঃ হিৰণ্য কুমাৰ দাস। আনহাতে অসম মহিলা অভিযন্তা সন্থাৰ সভানেত্ৰী ডঃ বিভা দাস শইকীয়া আৰু সম্পাদিকা অন্তৰা বৰুৱাই এটা বিবৃতিত সিদিনা বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া অনুষ্ঠানটোত সন্থাৰ সকলো সদস্যাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg