শেহতীয়া আপডেটঃ

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

জিলাসমূহত ভোটগ্রহণ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈ ৪৫ হাজাৰ ভোটগ্রহণ কেন্দ্ৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব।

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত কাইলৈ হ’বলগীয়া দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। নির্বাচন আয়োগে এই নির্বাচন শান্তিপূর্ণ, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈ অন্তিম পৰ্যায়ত ৰাজ্যখনৰ ২০খন জিলাত ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই ১,৩০২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। পুৱা ৭ বজাত ভোটগ্রহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব। অৱশ্যে ৭টা সমষ্টিত নিৰাপত্তা সম্পৰ্কীয় বিষয়ৰ বাবে বিয়লি ৫ বজাত ভোটগ্রহণ সমাপ্ত হ’ব। জিলাসমূহত ভোটগ্রহণ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈ ৪৫ হাজাৰ ভোটগ্রহণ কেন্দ্ৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই সমগ্র প্ৰক্ৰিয়া ৱেবকাষ্টিং কৰা হ’ব। নির্বাচন আয়োগে পাটনাৰ মুখ্য নির্বাচনী কাৰ্যালয়ত বিশেষ নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা কক্ষ স্থাপন কৰিছে। অনুৰূপ নিয়ন্ত্রণ কক্ষ ভোটগ্রহণ হ’বলগীয়া ২০ খন জিলাত স্থাপন কৰা হৈছে। মহিলা সৱলীকৰণৰ লক্ষ্যৰে ৫৯৫ খন ভোটকেন্দ্ৰ কেৱল মহিলা বিষয়া কৰ্মীৰ দ্বাৰা পৰিচালিত হ’ব। একেদৰে ২১টা কেন্দ্ৰ বিশেষভাৱে সক্ষম বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত কৰা হ’ব। ৩১৬টা আদর্শ ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.