‘যিসমূহ নামে ইতিহাসক প্ৰতিনিধিত্ব নকৰে, সেই সমূহ নাম ক্ৰমান্বয়ে সলনি কৰাৰ পদক্ষেপ হাতত লোৱা হৈছে। সেই অনুসৰি কৰিমগঞ্জ জিলাৰ নামো সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।’ -মুখ্যমন্ত্ৰী
➤ৰাজ্যৰ গাঁও, চহৰ, জিলাৰ যিসমূহ নাম সাংবিধানিক নহয়, সেই সমূহ নাম ক্ৰমান্বয়ে সলনি কৰা হ’বঃ মুখ্যমন্ত্ৰী ➤অসমৰ বহু গাঁও-নগৰ-চহৰ বা জিলাৰ নাম সলনি হ’ব ➤কৰিমগঞ্জ […]