আজি অমলপ্ৰভা দাসৰ জন্মদিৱসত বঁটা প্ৰদান অনুষ্ঠান

গুৱাহাটীঃ গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্ৰমত অহা ১২ নবেম্বৰত প্রয়াত অমলপ্রভা দাসৰ ১১৩ সংখ্যক জন্ম দিৱস পালনৰ আয়োজন কৰা হৈছে। উদ্যোক্তা সকলৰ হৈ সৰ্বোদয় ট্ৰাষ্ট, গুৱাহাটীৰ […]

আনন্দ নিকেতন ট্ৰাষ্ট কালিপুৰৰ স্বৰ্ণজয়ন্তী বৰ্ষ

গুৱাহাটীঃ গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ পাদদেশত মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষতে লাগি থকা ঐতিহ্যমণ্ডিত আনন্দ নিকেতন ট্ৰাষ্ট কালিপুৰে এই বছৰ স্বৰ্ণজয়ন্তী বৰ্ষত প্ৰৱেশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণত থকা […]

গুৱাহাটীত দুখনকৈ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতা

আই টি এফ জুনিয়ৰত ভাৰতসহ ১৮ খন দেশৰ অংশগ্ৰহণ নিশ্চিত গুৱাহাটীঃ সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ ফেডাৰেছনৰ সহযোগত গুৱাহাটীৰ চচলত থকা সন্থাৰ অত্যাধুনিক টেনিছ […]

বিনামূলীয়া পাঠদানৰ শুভাৰম্ভ

গুৱাহাটী, ১০ নৱেম্বৰ: মহানগৰীৰ সৰুসজাইৰ নালাপাৰাৰ লক্ষ্মী-নাৰায়ণ সামূহিক-সাংস্কৃতিক কেন্দ্ৰত বিশ্ব হিন্দু পৰিষদ উত্তৰ-পূব প্ৰান্ত সেৱা বিভাগ, লখৰা খণ্ডৰ উদ্যোগত আৰু লক্ষ্মী-নাৰায়ণ সামূহিক-সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত বিনামূলীয়া […]

ডি পি এছ, গুৱাহাটীত দুদিনীয়া আঞ্চলিক বিজ্ঞান প্ৰদৰ্শনীৰ সামৰণি

  গুৱাহাটীঃ গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া আহোমগাওঁস্থিত দিল্লী পাব্লিক স্কুলৰ উদ্যোগত ৮ আৰু ৯ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে চি বি এছ ইৰ আঞ্চলিক পৰ্যায়ৰ বিদ্যালয় প্রদর্শনীখন অনুষ্ঠিত […]

১২ নৱেম্বৰত শৰণীয়া আশ্ৰমত অমলপ্ৰভা দাসৰ ১১৩ সংখ্যক জন্মদিৱসত বঁটা প্ৰদান অনুষ্ঠান

গুৱাহাটী: গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্ৰমত অহা ১২ নৱেম্বৰত প্রয়াত অমলপ্রভা দাসৰ ১১৩ সংখ্যক জন্ম দিৱস পালনৰ আয়োজন কৰা হৈছে। উদ্যোক্তা সকলৰ হৈ সৰ্বোদয় ট্ৰাষ্ট, গুৱাহাটীৰ […]

গাড়ীগাঁও শ্ৰী শ্ৰী শ্যামৰায় গোসাঁইঘৰত ভাগৱত পাঠৰ অনুষ্ঠান

জালুকবাৰী : গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰী শ্ৰী শ্যামৰায় গোসাঁইঘৰৰ সৌজন্যত অহা ১৫ নবেম্বৰত পৱিত্ৰ ৰাস পূৰ্ণিমা তিথি উপলক্ষে এদিনীয়া দিনজোৰা কাৰ্যসূচীৰে ৪৭ সংখ্যক […]

অসম মহিলা অভিযন্তা সন্থাৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস উদযাপন

অভিযান্ত্ৰিকৰ মেধাৱী আৰু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান গুৱাহাটী: অসমৰ মহিলা অভিযন্তা সকলৰ অন্যতম সংগঠন “অসম মহিলা অভিযন্তা সন্থা“ৰ ষষ্ঠদশ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি […]

উত্তৰ গুৱাহাটীত ষঠ্ পূজা পালন, সন্ধিয়া সাংস্কৃতিক মঞ্চ মুকলি কৰিলে ৰঞ্জিত ভট্টাচাৰ্য্যই

উত্তৰ গুৱাহাটীঃ তীৰ্থ নগৰী উত্তৰ গুৱাহাটীৰ  মধ্যমখণ্ড ঘাটৰ বালি চাপৰিত অসমীয়া, বিহাৰী সকলোৱে মিলি জুলি ৭ আৰু ৮ নৱেম্বৰত দুদিনীয়াকৈ হৰ্ষোল্লাসৰে উদযাপন কৰিলে ষঠ্ পূজা। […]

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ভাষা গৌৰৱ সপ্তাহ পালন

অসমীয়া ভাষাটোক সদায় মাতৃৰ মুখৰ মৰ্যাদাসম্পন্ন ভাষা হিচাপে শ্ৰদ্ধাসহকাৰে প্ৰয়োগ কৰিব লাগিব গুৱাহাটীঃ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা গৌৰৱময় সময়চোৱা মধুৰ কৰি ৰখাৰ […]