অসম মহিলা অভিযন্তা সন্থাৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস উদযাপন
অভিযান্ত্ৰিকৰ মেধাৱী আৰু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান গুৱাহাটী: অসমৰ মহিলা অভিযন্তা সকলৰ অন্যতম সংগঠন “অসম মহিলা অভিযন্তা সন্থা“ৰ ষষ্ঠদশ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি […]
অভিযান্ত্ৰিকৰ মেধাৱী আৰু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান গুৱাহাটী: অসমৰ মহিলা অভিযন্তা সকলৰ অন্যতম সংগঠন “অসম মহিলা অভিযন্তা সন্থা“ৰ ষষ্ঠদশ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি […]
গুৱাহাটী: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত জাপান কাৰ্নিভাল -২০২৪ ৰ আজি সন্ধিয়া সামৰণি পৰে। বিশ্ববিদ্যালয়খনৰ ইংৰাজী আৰু […]
গুৱাহাটীঃ মহানগৰীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ প্ৰাক্তন প্ৰাগজ্যোতিষীয় সতীৰ্থ সন্মিলনৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত “ভাষা গৌৰৱ সপ্তাহ” উপলক্ষ্যে আজি এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ […]
গুৱাহাটীঃ ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন অসম মহিলা অভিযন্তা সন্থা’ৰ (Women Engineers Forum of Assam) ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস অহা ৯ নবেম্বৰত গুৱাহাটীৰ […]
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰত্যেকতো জাতি জনগোষ্ঠী উন্নয়নৰ হকে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ একেদৰে সংখ্যালঘু উন্নয়নৰ বাবে বহুত নতুন আঁচনি আৰু প্ৰদক্ষেপ গ্ৰহণ […]
অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা অমৃত প্ৰবাহৰ মুখ্য সম্পাদক মৃণালিনী দেৱীৰ আজি ওপজা দিন।এই উপলক্ষে অমৃত প্ৰভাহ আৰু অমৃত নিউজৰ কাৰ্যালয়ত পালন কৰা হয় […]
আজাৰাঃ গুৱাহাটীৰ অন্যতম জলাশয় হিচাপে পৰিগণিত হৈ অহা দীপৰ বিললৈ লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে দেশী-বিদেশী পৰিভ্ৰমী চৰাই সমূহ। উল্লেখ্য যে ১৯৭২ চনত ইৰাণৰ ৰামচাৰ […]
আজাৰাঃ পশ্চিম গুৱাহাটীৰ সংগীতৰ জগতখনত শেহতীয়াকৈ এটা চিনাকী নাম হৈছে উদীয়মান কণ্ঠশিল্পী চিন্ময় ৰাভা (দিয়ান)। বৰ্ত্তমান গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত স্নাতক মহলাৰ কলা শাখাৰ তৃতীয় […]
প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষ কাৰ্যক্ৰম গুৱাহাটীঃ সমাগত ‘প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৪-ৰ লগত সংগতি ৰাখি আজি গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰেক্ষাগৃহত দুই শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত এক […]
জালুকবাৰীঃ বিগত কেইটামান দিনত গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ বিভিন্ন অঞ্চলত হোটেল, ৰেস্তোৰাঁ, ধাবাত অভিযান চলায় কেইবাখনতো খাদ্যৰ অনুপযোগী মাংস আদি জব্দ কৰাৰ লগতে অতি অস্বাস্থ্যকৰ […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds