31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    শোণিতপুৰ লখৰাত
    অসম ৰাইফলছৰ বেটেলিয়ন উদ্যোগত সজাগতামূলক আলোচনা সভা

    শোণিতপুৰ লখৰাত
    অসম ৰাইফলছৰ বেটেলিয়ন উদ্যোগত সজাগতামূলক আলোচনা সভা ::

    বিশ্বনাথ ২০ জুন::

    অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় ২১ চেক্টৰৰ অধিনত অসম ৰাইফলছৰ লখৰা বেটেলিয়ন আৰু ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছে (পূব) উদ্যোগত ২০ জুন সোমবাৰে শোনিতপুৰ কেন্দ্ৰীয় বিদ্যালয় লখৰাৰ শিক্ষাৰ্থী সকলৰ বাবে সশস্ত্ৰ বাহিনীত যোগদান কৰিবলৈ এখন অনুপ্ৰেৰণামূলক আলোচনা চক্ৰ অনুষ্ঠিত হয়।

    এই আলোচনা চক্ৰৰ সময়ত ছাত্ৰ ছাত্ৰী সকলক ভাৰতীয় সশস্ত্ৰ বাহিনী আৰু সামৰিক বাহিনীত যোগদান কৰাৰ বিভিন্ন পথ আৰু প্ৰৱেশ আঁচনিৰ বিষয়ে অৱগত কৰে অসম ৰাইফলছে।

    আনহাতে সদ্যঘোষিত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অগ্নিপথ আঁচনি সম্পৰ্কে ও এই আলোচনা চক্ৰত সুন্দৰ ভাৱে অসম ৰাইফলছ বিষয়া সকলে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্রী সকলৰ অৱগত কৰে য’ত এক স্পষ্ট ছবি আৰু আঁচনিখনৰ সুবিধাসমূহ জনোৱা বিষয় বহলাই আলোচনা কৰে। এই আলোচনা সজাগতা সভাত মুঠ ১০২ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds