শেহতীয়া আপডেটঃ

▶️Nobel Prize | Peace | Maria Corina Machado : ভেনিজুৱেলাৰ আইৰন লেডী খ্যাত মাৰিয়া ক’ৰিণা মাচাডোলৈ শান্তিৰ নোবেল বঁটা

ভেনিজুৱেলাত নিকোলাচ মাডুৰোৰ চৰকাৰ অহাৰ পাছতে আত্মগোপন কৰিবলগীয়া হৈছিল। ভেনিজুৱেলাত গণতান্ত্ৰিক অধিকাৰ সুৰক্ষাৰ বাবে ক্লান্তিহীন সাধনাৰ বাবে এই সন্মান আগবঢ়াইছে নোবেল কমিটিয়ে।

May be an image of one or more people and text that says "ព." REG NOTICIAS Photo: Carlos Diaz from Venezuela. CC BY 2.0 via Wikimedia Commons"▶️Nobel Prize | Peace | Maria Corina Machado : ভেনিজুৱেলাৰ আইৰন লেডী খ্যাত মাৰিয়া ক’ৰিণা মাচাডোলৈ শান্তিৰ নোবেল বঁটা
▶️মাৰিয়া ক’ৰিণা মাচাডোৱে স্বৈৰাচাৰিতাৰ বিৰুদ্ধে দশকজোৰা আন্দোলনৰ নেতৃত্ব দিছিল
Venezuelan opposition leader María Corina Machado wins the Nobel Peace Prize - Los Angeles Times
২০২৫ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। ভেনিজুৱেলাৰ আইৰন লেডী মাৰিয়া ক’ৰিনা মাচাডোলৈ আগবঢ়োৱা হৈছে শান্তিৰ নোবেল বঁটা। আইৰন লেডী খ্যাত ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে স্বৈৰাচাৰিতাৰ বিৰুদ্ধে দশকজোৰা আন্দোলনৰ নেতৃত্ব বহন কৰিছিল।Who is Nobel Peace laureate Maria Corina Machado? | Reuters
 ১৪ মাহ ধৰি আত্মগোপন কৰি থাকিবলগীয়া হৈছিল মাৰিয়া ক’ৰিনা মাচাডো। স্বৈৰাচাৰিতাৰ বিৰুদ্ধে দশকজোৰা আন্দোলনৰ বাবে শান্তিৰ নোবেল আগবঢ়োৱা হৈছে মাৰিয়া ক’ৰিনালৈ। গণতান্ত্ৰিক অধিকাৰৰ হকে মাৰিয়াই কৰিছিল অবিৰত সংগ্ৰাম।
গণতান্ত্ৰিক অধিকাৰৰ হকে তেওঁ নিস্বাৰ্থভাৱে কৰিছিল অবিৰত সংগ্ৰাম। গণতন্ত্ৰ ৰক্ষাৰ বাবে কৰা নিৰ্ভীক সংগ্ৰামৰ বিৰল স্বীকৃতি হিচাপে মাৰিয়ালৈ আগবঢ়োৱা হৈছে শান্তিৰ নোবেল বঁটা।
Venezuela's Opposition Leader María Corina Machado Awarded Nobel Peace Prize - WSJসংকটজৰ্জৰ দেশখনত প্ৰতিপল নৈতিক শক্তিৰে দিয়া নেতৃত্বৰ বাবে নোবেল বঁটাৰ অধিকাৰী হ’ল মাৰিয়া ক’ৰিনা মাচাডো। ১৪ মাহ ধৰি আত্মগোপন কৰি থাকিবলগীয়াও হৈছিল মাৰিয়া ক’ৰিনা মাচাডো।
Meet Nobel Peace Prize winner María Corina Machado
 নিকোলাচ মাডুৰোৰ চৰকাৰ অহাৰ পাছতে আত্মগোপন কৰিবলগীয়া হৈছিল ভেনিজুৱেলাৰ অগ্নিকন্যাগৰাকীয়ে। ভেনিজুৱেলাত গণতান্ত্ৰিক অধিকাৰ সুৰক্ষাৰ বাবে ক্লান্তিহীন সাধনাৰ বাবে এই সন্মান আগবঢ়োৱা হ’ল বলিষ্ঠ নেত্ৰীগৰাকীলৈ।
Nobel Peace Prize goes to Venezuelan dissident Maria Machado: 'Democracy is in retreat' - ABC News
ভেনিজুৱেলাত নিকোলাচ মাডুৰোৰ চৰকাৰ অহাৰ পাছতে আত্মগোপন কৰিবলগীয়া হৈছিল। ভেনিজুৱেলাত গণতান্ত্ৰিক অধিকাৰ সুৰক্ষাৰ বাবে ক্লান্তিহীন সাধনাৰ বাবে এই সন্মান আগবঢ়াইছে নোবেল কমিটিয়ে।
Why María Corina Machado Deserved the Nobel Peace Prize - The Atlantic
Nobel Peace Prize 2025 Awarded to Venezuelan Opposition Leader Maria Corina Machado - Khaama Press
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.