কংগ্ৰেছ সেৱা দলৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত বঙাইগাঁও সদৰ চহৰৰ ৱাৰ্কিং জ’নৰ পৰা বৰপাৰালৈকে এটা পদযাত্ৰা উলিওৱা হয়।
সেৱা দলৰ এই পদযাত্ৰাত কংগ্ৰেছ দলৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰে।
কাৰ্যসূচীত বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক, অসম প্রদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্রী মীৰা বৰঠাকুৰ আৰু জিলাখনৰ দুগৰাকী বিধায়কো উপস্থিত থাকে।
পদযাত্ৰাৰ শেষত বৰপাৰাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত সভাত সাংসদ গৌৰৱ গগৈয়ে ভাষণ আগবঢ়ায়।




অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ বঙাইগাঁৱত পদযাত্ৰা কাৰ্যসূচী
কাৰ্যসূচীত বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক, অসম প্রদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্রী মীৰা বৰঠাকুৰ আৰু জিলাখনৰ দুগৰাকী বিধায়কো উপস্থিত থাকে।
[sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]



