31.3 C
Guwahati
Saturday, January 24, 2026
More

    Trending Now:

    বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান

    সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী...

    শেহতীয়া আপডেটঃ

    দিছপুৰ আৰক্ষীয়ে আটক কৰা প্ৰৱঞ্চক চাহনুৰ আলীৰ ঘটনাৰ নতুন মোৰ

    • ♦নলবাৰীৰ দীপ্তাৰ ঘৰত উদ্ধাৰ হ’ল ২৪ বেগ অবৈধ কম্বল
    • বাতৰি সংগ্ৰহ কৰিব যাওঁতে ঘটনাস্থলীত সাংবাদিকক দুৰ্ব্যৱহাৰ
    • ধৃত প্ৰবঞ্চক মেৰাজ ওৱাচিকুৰ ৰহমানৰ সংগী নলবাৰী জিলাৰ ডিপ্তা গাঁৱৰ চাহনুৰ আলীক দিছপুৰ আৰক্ষীয়ে
    • গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁৰ গাঁৱৰ লোকৰ মাজত নানা ধৰণৰ সন্দেহৰ সৃষ্টি।
    • অতি বিলাসী জীৱন যাপন কৰা ডিপ্তা গাঁৱৰ হাচমত আলীৰ পুত্ৰ চাহনুৰৰ আছিল সকলো দলৰে নেতা মন্ত্ৰী বিধায়কৰ লগত সু সম্পৰ্ক৷
    • চাহনুৰৰ এই কৰ্মকাণ্ডত লজ্জিত নলবাৰীৰ ডিপ্তাবাসী

    • স্থানীয় লোকে জানিব দিয়া মতে ধৃত চাহনুৰে গুৱাহাটীত কৰে চাকৰি ঠিকাৰ দালালী।
    • নিজকে বহু মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠ বুলি প্ৰচাৰ চলাই চাকৰি ঠিকা দিয়াৰ নামত প্ৰৱঞ্চনাৰে বহু লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাত কৰাৰ অভিযোগ।
    • স্থানীয় ৰাইজে চাৰনুৰৰ ঘৰত সন্দেহজনক সামগ্ৰী থকাৰ কথা নলবাৰী আৰক্ষীক জনোৱাত নলবাৰী আৰক্ষীয়ে চাহনুৰৰ ঘৰত আহি ২৪ বেগ অবৈধ কম্বল লাভ কৰে যদিও ঘটনাৰ বিষয়ে মৌনতা অৱলম্বন নলবাৰী আৰক্ষী।
    • গাঁৱৰ লোকে ১৯ জুলাইত দিশপুৰ থানাত অৱগত কৰোৱাত দিশপুৰ থানা আহি অবৈধ সামগ্ৰীবোৰ জব্দ কৰি লৈ যায়।
    • সেই সময়ত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক চাহনুৰৰ ভাতৃ শ্বাহজাহান সহিতে পৰিয়ালৰ লোকে
    • সাংবাদিকক অশ্ৰাব্য গালি গালাজ পাৰি খেদি পঠিয়াই।
    • এইক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক সকলোৱে সন্দেহ ব্যক্ত কৰিছে।
    • আৰক্ষীয়ে ২৪ বেগ কম্বল লৈ কোনো ব্যক্তিক নজনোৱাকৈ লৈ যোৱাত স্থানীয় লোকৰ ক্ষোভ প্ৰকাশ।
    • স্থানীয় ৰাইজে এইগৰাকী হাইপ্ৰফাইল প্ৰৱঞ্চকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে ভালকৈ তদন্ত কৰিলে আৰু অধিক কেলেংকাৰী পোহৰলৈ আহিব বুলিও মত প্ৰকাশ কৰে।
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds