আজি পহিলা মাঘত উদুলি মুদুলি ৰংঘৰৰ বাকৰি।
ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছে ষষ্ঠদশ ৰংপুৰ মেলা।
টাই আহোম যুৱ পৰিষদৰ উদ্যোগত ৰংপুৰ মেলা।
ৰংপুৰ মেলাত বিভিন্ন জাতি জনগোষ্ঠীৰ গীত-নৃত্যৰে মুখৰিত ৰংঘৰৰ বাকৰি।
ৰংপুৰ মেলাত পৰম্পৰাগত খেল ধেমালিৰো আয়োজন ।

To be updated with all the latest news, offers and special announcements.