শেহতীয়া আপডেটঃ

শিৱসাগৰত আন্তজাৰ্তিক মে- ডাম – মে – ফি

শিৱসাগৰত আন্তজাৰ্তিক মে- ডাম – মে – ফি। সংবাদ মেল ৷

তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব মে – ডাম – মে- ফি ৷

বৃহত্তৰ ৰংপুৰ মে- ডাম – মে- মে-ফি উদযাপন সমিতিৰ সভাপতি ভৈৰৱ মুণ্ডাই এই সংবাদ মেল সম্বোধন কৰে ৷

৩০ -৩১ আৰু ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এই মে- ডাম – মে – ফি ৷

প্ৰথম দিনা পুৱা পতাকা উত্তোলনেৰে অনুস্থান আৰম্ভ হ’ব ৷

আন্তজাতিক পৰ্য্যায়ত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সৰ্বোচ্চ ত্যাগ কৰা সকলক তৰ্পন কৰা হ’ব ৷

আন্তজাতিক পৰ্য্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুস্থিত হব ৷

লাউচ, থাইলেণ্ড, ইন্দোনেচীয়াৰ বুৰঞ্জীবিদৰ উপস্থিতিত অনুস্থিত হব আলোচনা চক্ৰ ৷

ৰাজ্যিক পৰ্য্যায়ত তৰ্ক প্ৰতিযোগিতাৰ ব্যৱস্থা ৷

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অলিম্পিক দৌৰ প্ৰতিযোগিতা ৷

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মাৰাথান প্ৰতিযোগিতা ৷

 

অসমীয়া জাতি সত্বাক প্ৰতিফলিত হোৱাকৈ এক সমন্বয় শীৰ্ষক সাংস্কৃতিক শোভাযাত্ৰা অনুস্থিত হব ৷

মুকলি সভাত মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰিব ৷

সাঁচী পাঠৰ পুথিৰ পৰা মই গন্ধৰে কৈছো শীৰ্ষক ঐতিহাসিক পুণাংগ নাট মঞ্চস্থ কৰা হব ৷

শিখা কোঁৱৰ, কৰবী ডেকা হাজৰিকা,নীলাক্ষী বৰগোহাই, সংগীতা পিচলানিৰ লগতে কেইবা বৰেণ্য মহিলাই অংশ গ্ৰহণ কৰিব ৷

সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, সুশান্ত বৰগোহাই, লুৰিণজ্যোতি গগৈ, সমীৰণ ফুকনৰ লগতে ৰাজ্যৰ অধিকাংশ দল সংগঠনৰে শীৰ্ষ নেতৃত্বই অংশ গ্ৰহণ কৰিব ৷

নিশা বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্য্যসূচী অনুস্থিত হব ৷

 

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.