Sunday, May 25, 2025
27 C
Guwahati

ফইজুল হক চৌধুৰী, সংবাদদাতা নলবাৰী

আগন্তুক দুৰ্গা পূজা উপলক্ষে আৰক্ষী-গাঁওৰক্ষী বাহিনীৰ বিশেষ তৎপৰতা

■ ঘগ্ৰাপাৰ থানা এলেকাৰ ১৭ খন দুৰ্গা পূজাত কৰ্তব্য পালনৰ বাবে সাজু-আৰক্ষী-গাঁও ৰক্ষী বাহিনী ■ সমাগত দুৰ্গা পূজা উপলক্ষে নলবাৰী...

নলবাৰী আৰক্ষীৰ বৃহৎ সাফলতা, পিষ্টলসহ যুৱকক আটক

■ নলবাৰী জিলাৰ সুৰাদীৰ পৰা পিষ্টল সহ এগৰাকী যুৱকক আটক কৰিলে নলবাৰী আৰক্ষীয়ে ■ যুৱক জনৰ নাম ৰিতু দাস, পিতৃ...
00:02:02

নলবাৰীত টেট প্ৰশিক্ষণ শিবিৰ মুকলি মুখ্য মন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ

■ নলবাৰীত প্ৰশিক্ষণ শিবিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা। প্ৰজ্ঞা যোজনাৰ অধীনত...
00:01:56

আসন বৃদ্ধিৰ দাবীত নলবাৰীৰ মহাবিদ্যালয়ত স্মাৰক পত্ৰ প্ৰদান NSUI ৰ

■ আজি নলবাৰীৰ দুখন প্ৰধান মহাবিদ্যালয় নলবাৰী কলেজ আৰু মহেন্দ্র নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত অসম ৰাজ্যিক এন এছ ইউ...

নলবাৰীত ক্ৰীড়া ভাৰতীৰ উদ্যোগত ভাৰত জাগো দৌৰ

■ আমেৰিকাৰ চিকাগো চহৰত স্বামী বিবেকানন্দই বিশ্ব ধৰ্ম মহা সভাত ভাষণ প্ৰদান কৰি ভাৰতীয় সংস্কৃতি আৰু হিন্দু দৰ্শনক বিশ্বৰ...

কালভাৰ্ট সংস্থাপনৰ দাবীত বৰাজোল আছুৰ স্মাৰক পত্ৰ

■ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই আকনা-বৰাজোল অঞ্চলৰ কেইবাটাও কালভাৰ্ট পুনৰ সংস্থাপনৰ দাবীত ঘগ্ৰাপাৰ...

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্য্যসূচী

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহবান মৰ্মে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। উত্তৰ অসমৰ ৰাইজৰ জনজীৱনৰ...

ঘগ্ৰাপাৰত বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত গাওঁ সভাৰ সদস্যসকলৰ মত- বিনিময় সভা

↔ গঠন হ'ল বড়িগোগ বনভাগ মণ্ডলৰ গাওঁ সভাৰ সদস্য সদস্যা উন্নয়ন সমিতি। নলবাৰী জিলাৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ অন্তৰ্গত গাওঁ...

নলবাৰীত গ্ৰাম্য আত্মনিৰ্ভৰশীল কেন্দ্ৰৰ দ্বাৰা শিক্ষকক সম্বৰ্ধনা

■ ৰাজ্যৰ আন আন জিলাৰ লগতে নলবাৰী জিলাতো আজি বিভিন্ন স্হানত শিক্ষক দিৱস পালন কৰা হয়৷ জিলা খনৰ গ্ৰাম্য...

নলবাৰীত ট্ৰাক চালকসহ জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

■ নিশা নলবাৰীত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ■ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ঘগ্ৰাপাৰ আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযান ■ এ...

বৰভাগত অসম আৰক্ষীৰ আবেদনকাৰী সকলৰ বাবে বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰ

■ নলবাৰী জিলাৰ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৭৮ শিক্ষান্ত বৰ্ষৰ শিক্ষাৰ্থী সকলৰ মুখ্য উদ্যোগত তথা হোৱাটচ আপ গোট...

মাছ ধৰিবলৈ গৈ নলবাৰীত সলিল সমাধি দুই ভাতৃৰঃ অঞ্চল জুৰি শোকৰ ছাঁ

■ নলবাৰী জিলাৰ অন্তৰ্গত বৰমাৰ নিকটবৰ্তী বৰজাৰৰ দুই ভাতৃ পথাৰৰ পুখুৰীত পৰি সলিল সমাধি ঘটে। জানিব পৰা মতে বৰজাৰৰ...

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds