Saturday, May 17, 2025
27.3 C
Guwahati

অসম ৰাইফলছৰ লখৰা বেটেলিয়নৰ উদ্যোগত অষ্টম আন্তৰ্জাতিক যোগ দিৱস উদযাপন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

অসম ৰাইফলছৰ লখৰা বেটেলিয়নৰ উদ্যোগত অষ্টম আন্তৰ্জাতিক যোগ দিৱস উদযাপন ::

বিশ্বনাথ চাৰিআলি 21 জুন ::

অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় 21 চেক্টৰৰ অধিনত অসম ৰাইফলছৰ লখৰা বেটেলিয়ন আৰু ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছে (পূব)ৰ উদ্যোগত মঙলবাৰে শোনিতপুৰ জিলাৰ লখৰা, ঢেকিয়াজুলি, ডুমডুমা আৰু বিশ্বনাথ জিলাৰ হেলেম বালিপুখৰী, ইটাখোলাকে ধৰি বিভিন্ন স্থানত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে। আৰম্ভণিতে এটি ৰাষ্ট্ৰীয় সংগীত জড়িয়তে আৰম্ভ হোৱা যোগ কাৰ্যসূচীত বিভিন্ন যোগ আসন আৰু ধ্যান সম্পন্ন কৰে অসম ৰাইফলছ জোৱান সকলে।


আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ পোনপটীয়া ভাষণও অসম ৰাইফলছৰ বেটেলিয়নৰ দ্বাৰা প্ৰদৰ্শিত আৰু প্ৰত্যক্ষ কৰা হয়।
উৎসৱটোত ৪৮২ জন কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলে অংশগ্ৰহণ কৰে এই আন্তৰ্জাতিক যোগ দিৱসৰ অনুষ্ঠানত। আনহা

তে শোনিতপুৰ আৰু বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত লখৰা অসম ৰাইফলছ বেটেলিয়নে আয়োজন কৰা যোগ দিৱসত মুঠ ৫৪ জন অসামৰিক লোকেও অংশগ্ৰহণ কৰে বুলি এক প্ৰেছ বিবৃতি জড়িয়তে জানিবলৈ দিয়ে শোণিতপুৰ লখৰা অসম ৰাইফলছে।

- Advertisement -

Hot this week

Things to Look For in a Financial Trading Platform Environment

Find people with high expectations and a low tolerance...

Boxtrade Lands $50 Million in Another New Funding Round with IBM

Find people with high expectations and a low tolerance...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

Kansas City Has a Massive Array of Big National Companies

Find people with high expectations and a low tolerance...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
31.3 ° C
31.3 °
31.3 °
57 %
1.3kmh
57 %
Sat
37 °
Sun
30 °
Mon
32 °
Tue
37 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds