31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰীত গ্ৰাম্য আত্মনিৰ্ভৰশীল কেন্দ্ৰৰ দ্বাৰা শিক্ষকক সম্বৰ্ধনা

    ■ ৰাজ্যৰ আন আন জিলাৰ লগতে নলবাৰী জিলাতো আজি বিভিন্ন স্হানত শিক্ষক দিৱস পালন কৰা হয়৷ জিলা খনৰ গ্ৰাম্য আত্মনিৰ্ভৰশীল কেন্দ্ৰ অসম(GAKA)ৰ দ্বাৰা আজি বৃহত্তৰ পশ্চিম নলবাৰীতো শিক্ষক দিৱস পালন কৰা হয়৷

    শিক্ষক দিৱস উপলক্ষে আজি অনুষ্ঠানটোৱে নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ ৪ গৰাকীকৈ শিক্ষকক সম্বৰ্ধনা জনায়৷

     

    বৃহত্তৰ পশ্চিম নলবাৰীৰ অবসৰপ্ৰাপ্ত শিক্ষক পূৱ পাকা বড়ো মধ্য ইংৰাজী বিদ্যালয়ৰ বৰীৰ ৰামেশ্বৰ বড়ো, গোৱালপাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলোৱাৰ অনন্ত ভৰালী, ১ নং বেলশৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বেলশৰৰ হৰিদাস মজুমদাৰ লগতে পশ্চিম চামতা হাইস্কুলৰ বৰ্তমানৰ প্ৰধান শিক্ষক ভগৱান বৰ্মনক একোখনকৈ গামোচাৰ লগতে শৰাই আৰু একোখন মানপত্ৰৰে সম্বৰ্দ্ধনা জনায়৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds