Monday, June 30, 2025
26.1 C
Guwahati

Tag: Nalbari

নলবাৰীৰ আইনুলৰ উপযুক্ত চিকিৎসাৰ বাবে প্ৰয়োজন আপোনাৰ মোৰ অকণমান সহায়

শাৰীৰিকভাৱে অক্ষম আইনুলৰ সম্পূৰ্ণ বিকল হৈ পৰা ভিৰিখন সুস্থ কৰি তুলিবলৈ প্ৰয়োজন উপযুক্ত চিকিৎসাৰ শুকুৰবাৰে নলবাৰীৰ হৰিপুৰত হোৱা...

কঁঠালবাৰীত চতুৰ্দশ বাৰ্ষিক শিৱ পূজা উদযাপন

গুৱাহাটীঃ নলবাৰী জিলাৰ ঐতিহাসিক কঠালবাৰী কদমতলাত বিগত বছৰৰ দৰে বৃহস্পতি বাৰে উলহ-মালহেৰে চতুৰ্দশ বাৰ্ষিক শ্ৰীশ্ৰী শিৱৰাত্ৰি উদযাপন কৰা হয়।...

নলবাৰীত গ্ৰাম্য আত্মনিৰ্ভৰশীল কেন্দ্ৰৰ দ্বাৰা শিক্ষকক সম্বৰ্ধনা

■ ৰাজ্যৰ আন আন জিলাৰ লগতে নলবাৰী জিলাতো আজি বিভিন্ন স্হানত শিক্ষক দিৱস পালন কৰা হয়৷ জিলা খনৰ গ্ৰাম্য...
00:07:14

নলবাৰীত কেক প্ৰস্তুত কৰি স্বাৱলম্বীতাৰ এক সুন্দৰ নিদৰ্শন এগৰাকী মহিলাৰ

■ নলবাৰীত কেক প্ৰস্তুত কৰি স্বাৱলম্বীতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এগৰাকী মহিলাই। নলবাৰী জিলাৰ গোপাল বজাৰৰ বাসিন্দা ৰূপালী...

শীঘ্ৰে মুক্তি লাভ কৰিব উদীয়মান কণ্ঠশিল্পী জোতিস্মান ৰাজৰ কন্ঠত ” যদি আদৰ নাছিল ” শীৰ্ষক গীতৰ ভিডিঅ’

■ সমগ্ৰ বিশ্বৰ লগতে অসমতো ক'ভিড মহামাৰীয়ে ব্যাপকভাবে প্ৰভাৱ পেলাইছে। ক'ভিড মহামাৰীৰ নিৰ্মূলৰ বাবে লক ডাউন দিয়া হৈছে। এই...

কেন্দুকুছিত ক’ভিড-১৯ টিকাকৰণ কেন্দ্ৰত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা আছু’ৰ

■ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত উত্তৰ পূব খাতা শাখা ছাত্ৰ সন্থাৰ এটি সজাতী দলে পুৱা নলবাৰী অঞ্চলৰ কেন্দুকুছি...

কোভিডত সেৱা আগবঢ়োৱা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ, কৰ্মচাৰীক সম্বৰ্ধনা নলবাৰী জিলা আছুৰ

■ ফইজুল হক চৌধুৰী, নলবাৰী: নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই জিলাখনৰ সদৰ চিকিৎসালয় শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ক’ভিড...

নলবাৰীত বৃহস্পতিবাৰে কোভিড-১৯ত ১৩৪ গৰাকী আক্ৰান্ত

♦নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ স্বাস্থ্য বিভাগে জনোৱা মতে, নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত বৃহস্পতিবাৰে কোভিড-১৯ত মুঠ ১৩৪ গৰাকী লোক...