31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    তেজপুৰ কলিয়াভোমোৰা দলঙত দুৰ্ঘটনা গ্ৰস্ত ট্ৰাকৰ চালক হেণ্ডিমেনৰ সন্ধান পোৱা নাই

    তেজপুৰ, ,23 নৱেম্বৰ :

    তেজপুৰৰ কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰৰ বুকুত সোমাই পৰা ট্ৰাকখন আৰু দুয়োগৰাকী চালক হেণ্ডিমেনৰ তথ্য সদৰি কৰিছে তেজপুৰ আৰক্ষীয়ে।

    শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে  ১০ চকীয়া ট্ৰাক খন SAM Transport companyৰ আছিল ।

    driver of the accident crashed truck handyman at Tezpur Koliavomora

    এই ট্ৰাক খনৰ  NL01K3553 নম্বৰৰ ট্ৰাক খন ২১ নৱেম্বৰত ডিমাপুৰৰ পৰা বান্দৰদোৱালৈ ১৬ মেট্ৰিক টন লোহা ৰড কঢ়িয়াই আনিছিল। নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ট্ৰাকখন ।

     নিখোজ হৈ থকা ট্ৰাক খনৰ চালক আছিল জামুগুৰি আগৰিপামৰ ৰাজীৱ বিশ্বকৰ্মা আৰু হেণ্ডিমেনজন  বিহালী ৰঙাচালিৰ অমিত ডনাৰ ওৰফে লুতে বুলি চিনাক্ত হৈছে ট্ৰাকৰ ভিতৰত পোৱা এটা বেগৰ পৰা উদ্ধাৰ হৈছে তেওঁলোকৰ নথি পত্ৰ ।

    আনহাতে  GPS location অনুসৰি সোমবাৰে  পুৱতি নিশা ১:০৯ বজাত ট্ৰাক খন কলিয়াভোমোৰা দলঙৰ ওপৰত আছিল।

    আনহাতে উদ্ধাৰ কাৰ্য্যত এনে ডি আৰ এফ, এছ ডি আৰ এফ য়ে উক্ত চালক আৰু হেণ্ডিমেনৰ সন্ধানৰ বাবে । ভাৰতীয় সেনাৰ ডুবাৰো নদীত সন্ধানত নামি পৰিছে । 

    আজি বিয়লি ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

    ঘৰৰ লৰা ঘৰলৈ ঘুৰি আহিব আশাত বন্দী মাতৃ :

    বন্তি জ্বলাই অপক্ষাত দুমগীয়া মাতৃ

    তেজপুৰ কলিয়াভোমোৰা দলঙৰ ট্ৰাকৰ উদ্ধাৰ
    চালসহ হেণ্ডেমেন সন্ধানহীন ।

    শোকৰ ছাঁ বিহালী কমাপুখুৰী হেণ্ডেমেন অমিত সোণাৰ ঘৰৰ পৰিৱেশ ।

    উল্লেখযোগ্য যে ২১ তাৰিখে পুৱতি নিশা তেজপুৰ কলিয়াভোমোৰা দলঙত এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল।

    তীব্ৰ বেগী ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলি‌ং ভাঙি নদীত পৰিছিল।

    ট্ৰাক খনৰ চালক ৰাজীৱ বিশ্ব কৰ্মা আৰু হেণ্ডেমেন অমিত সোণাৰী পৰিচয় পত্ৰ উদ্ধাৰ হৈছে।

    ইফালে হেণ্ডেমেন অমিত সোণাৰী বাসগৃহ বিহালী কমাপুখুৰীত এক হুৱদুৱা পৰিৱেশ দেখা গৈছে।

    ইফালে হেণ্ডেমেন অমিত সোণাৰী মাতৃ যে পুত্ৰ ঘৰলৈ ঘুৰি আহিব বুলি প্ৰকাশ কৰা লগতে ভগৱানৰ ওচৰত বন্তি জ্বলাই অপক্ষাত আছে পিতৃ মাতৃ পৰিয়াল।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds