31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বায়ুসেনাৰ MI 17 হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত

    তেজপুৰ,১৮নৱেম্বৰ: বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনাৰ এমআই-১৭ হেলিকপ্টাৰ ( Mi 17 helicopter ) এখন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ পূৱ অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ ৰোচহাম নামৰ হেলিপেডত দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখনৰ সৈতে দুজন পাইলট আৰু তিনিজন ক্ৰু সদস্য আছিল বুলি জানিব পৰা গৈছে ।

    ঘটনা সংঘটিত হোৱাৰ পিছত সকলো ক্ৰু সদস্য আৰু পাইলট সুৰক্ষিত অৱস্থাত আছে । সকলোকে হায়ুলুং লৈ স্থানান্তৰ কৰা হৈছে ।
    জানিব পৰা মতে, এই ঘটনাটো সংঘটিত হোৱাৰ সময়ত হেলিকপ্টাৰ খনে অঞ্চলটোত এটা বায়ু ৰক্ষণাবেক্ষণ অভিযান চলাই আছিল । আৰু লগত সেনাৰ ৰছড পাতিও কঢ়িয়াই নিছিল ।
    জানিব পৰা মতে , ঘটনাটোৰ প্ৰকৃত কাৰণ এই বাতৰি প্ৰেৰণ কৰা সময়লৈকে জানিব পৰা হোৱা নাই । উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত বায়ুসেনাৰ বিমান বহু বাৰ দুর্ঘটনগ্ৰস্ত হৈছে , কিন্তু Mi17 হেলিকপ্টাৰ দুর্ঘটনগ্ৰস্ত এইয়া প্ৰথম বাৰ ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds