31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    অসম লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

    গুৱাহাটীঃ অসম লেখিকা সমাজৰ উদ্যোগত আৰু নলবাৰী জিলা লেখিকা সমাজৰ সহযোগত অহা ৭ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে নলবাৰী জিলা পুথিভৰাল প্ৰাংগনত অসম লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগতে তৃতীয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব৷ কাৰ্যসূচী অনুসৰি দিনৰ ১০.১৫ বজাত অসম লেখিকা সমাজৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলৰ উপস্থিতিত সতীৰ্থ সন্মিলন আৰু বিয়লি ১ বজাত মুকলি সভা অনুষ্ঠিত হ’ব৷ মুকলি সভাত অসম লেখিকা সমাজে প্ৰৱৰ্তন কৰা ‘মহীয়সী বটা’, ‘সাহিত্য সৌৰভ বটা’, হাস্য-ব্যংগ শিল্পী বঁটা, সাহিত্য সম্পাদনা বঁটা আৰু সৃষ্টি বৈভৱ সাহিত্য প্ৰেৰণা বটা প্ৰদান কৰা হ’ব৷ লগতে সমাজৰ মুখপত্ৰ ‘প্ৰজ্ঞা’ উন্মোচন কৰা হ’ব৷ নলবাৰী জিলাই প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ‘মনস্বিনী’ আৰু তিনিগৰাকী লেখিকাৰ তিনিখন গ্ৰন্থ উন্মোচন কৰা হ’ব৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds