31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ দেহাৱসান

    অসমৰ প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৭ বছৰ।...

    শেহতীয়া আপডেটঃ

    ভাৰতীয় জনতা পাৰ্টি তিনি জিলাৰ সভাপতি নিযুক্তি ।বিতৰ্কিত বিজেপি  নেত্ৰী পাখি কাটিলে ৰাজ্যিক বিজেপিয়ে।

    ভাৰতীয় জনতা পাৰ্টি তিনি জিলাৰ সভাপতি নিযুক্তি ।বিতৰ্কিত বিজেপি  নেত্ৰী পাখি কাটিলে ৰাজ্যিক বিজেপিয়ে।

    ডিজিটেল ডেস্ক 2 অক্টোবৰ।

    ভাৰতীয় জনতা পাৰ্টীৰ তিনি খন জিলা সমিতিৰ তিনি জনকৈ নতুন সভাপতি নিযুক্তি দিয়ে  ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই ।

    কলিতাই নিযুক্তি দিয়া জিলা কেইখন হৈছে ক্ৰমে বিশ্বনাথ, বঙাইগাঁও, শোণিতপুৰ। বিশ্বনাথ  জিলাত পূৰ্বৰ প্ৰাক্তন

    জিলা  সভাপতি দিগন্ত ঘাটোৱাক পুনৰ নিযুক্তি দলটোৰ।ইফালে  শোণিতপুৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি হিচাপে দলটোৱে নিযুক্তি দিছে  দিপামণি শইকীয়াক ।

     

    আনহাতে পূৰ্বৰ বিৰ্তকিত  বঙাইগাঁও জিলা সভাপতি দায়িত্ব থকা সভানেত্ৰী হিমানী অধিকাৰীৰ  পৰিৱৰ্তে এই বাৰ দলটোৱে নিযুক্তি দিছে দলটোৱে জিলা সক্ৰিয় কৰ্মী উজ্জ্বল কান্তি ৰায়ক ।

    উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বঙাইগাঁও বিজেপি জিলা সভানেত্ৰী বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভ হৈছিল বঙাইগাঁওত । সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে  জিলাখনৰ ১৮ গৰাকী জিলা বিষয়ববীয়া তথা মণ্ডল সভাপতিৰ সমূহীয়া পদত্যাগ কৰিছিল। জিলা সভানেত্ৰীৰ ভূমিকাত অসন্তুষ্ট হৈ পদত্যাগৰ ঘোষণা শীৰ্ষ বিজেপি নেতাসকলৰ ।

    বঙাইগাঁও জিলা সভানেত্ৰী হিমানী অধিকাৰীৰ বিৰুদ্ধে আৰম্ভ হৈছে মুকলি বিদ্ৰোহ আৰম্ভ কৰি দলটোৰ কৰ্মী সকলে অভিযোগ আনিছিল সভানেত্ৰী গৰাকীৰ ছিণ্ডিকেট, কমিচন আৰু একনায়কত্ববাদৰ  আদি বিভিন্ন অভিযোগ তুলি ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে একাংশ বিজেপি নেতাই । বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু জিলা প্ৰভাৰী ব্ৰজ কুমাৰ দাসলৈও পদত্যাগ পত্ৰপ প্ৰতিলিপি প্ৰেৰণ কৰিছে নেতাসকলে । কিন্তু ইয়াৰ পিছতে দলটোৱে সভানেত্ৰী গৰাকীক আতৰাই জিলা খনৰ  সক্ৰিয় কৰ্মী  উজ্জ্বল কান্তি ৰায়ক নিযুক্তি দিয়াত উৎফুল্লিত হৈ পৰিছে জিলা খনৰ বিজেপি কৰ্মী ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.