31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰীত টেট প্ৰশিক্ষণ শিবিৰ মুকলি মুখ্য মন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ

    সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননীগোপাল মহন্তই শৈক্ষিক দিশত পৰীক্ষাৰ্থী সকলক উদ্দেশ্যি অনুপ্ৰেৰণা মূলক ভাষণ আগবঢ়োৱাৰ লগতে মানৱ সম্পদ এখন দেশৰ লগতে জাতীৰ বুনিয়াদ বুলি মন্তব্য আগবঢ়ায়।

    ■ নলবাৰীত প্ৰশিক্ষণ শিবিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা।

    প্ৰজ্ঞা যোজনাৰ অধীনত ১৫ দিনীয়া টেত প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠান মুকলি কৰে মুখ্য মন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই।

    এই প্ৰশিক্ষণ শিবিৰ নলবাৰী মহাবিদ্যালয় আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত অনুষ্ঠিত হব।

    সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননীগোপাল মহন্তই শৈক্ষিক দিশত পৰীক্ষাৰ্থী সকলক উদ্দেশ্যি অনুপ্ৰেৰণা মূলক ভাষণ আগবঢ়োৱাৰ লগতে মানৱ সম্পদ এখন দেশৰ লগতে জাতীৰ বুনিয়াদ বুলি মন্তব্য আগবঢ়ায়।

    উদ্ধোধনী অনুষ্ঠানত নলবাৰী জিলাৰ উপায়ুক্ত গীতিমনি ফুকন, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ লগতে নলবাৰী জিলাৰ বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ আৰু ভালেসংখ্যক শিক্ষাবিদৰ লগতে শিক্ষাৰ্থীসকল উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds