শিৱসাগৰত জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদগতি বিচাৰি সৰ্বধৰ্ম প্ৰাৰ্থনা
■ শিৱসাগৰ ৰাইজৰ উদ্যোগত এই অনুষ্ঠান আয়োজন
■ হিন্দু, ইছলাম, খ্ৰীষ্টান, বৌদ্ধ তথা জৈন ধৰ্মৰ পুৰোহিত সকলে শিল্পী জনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন
■ হিন্দু, ইছলাম, খ্ৰীষ্টান, শিখ, বৌদ্ধ তথা জৈন ধৰ্মীয় পুৰোহিত সকলে ধৰ্মীয় প্ৰাৰ্থনাত হিয়াৰ আমঠু শিল্পীগৰাকীৰ আত্মাৰ সদগতি বিচাৰি পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা কামনা কৰে
■ সকলো ধৰ্মালম্বীলোক সকলৰ স্বতঃস্ফূত অংশগ্ৰহণ




