Sunday, May 25, 2025
27 C
Guwahati

পৰাগ বড়া, সংবাদদাতা, শিৱসাগৰ

কলঞ্চুপৰীয়া ৰঙালী বিহু সন্মিলনৰ ২০২৫ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতি গঠন

২৩ মাৰ্চ ২০২৫ তাৰিখে শিৱসাগৰ টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰত অনুস্থিত হোৱা ৰাজহুৱা সভাৰ মুকুল ৰাজকোঁৱৰৰ সভাপতিত্বত ২০২৫ বৰ্ষৰ উদযাপন...

শিৱসাগৰৰ ঐতিহাসিক শিৱদলত অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে ৪ দিনীয়া কাৰ্য্যসূচীৰে শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলা

শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলাৰ কাৰ্য্যসূচীৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকিব শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ আৰু যোৰহাট...

নিৱনুৱা সমস্যাক লৈ মুখ্যমন্ত্ৰীক উদ্দেশ্যি ভিক্টৰ দাসৰ মন্তব্যঃ ‘৩০ লাখ টকীয়া চাকৰি নালাগে ৩০ হাজাৰ টকীয়াই চাকৰি দিয়ক’

শিৱসাগৰত ভিক্টৰ দাস এটি গীতৰ চুটিঙৰ বাবে শিৱসাগৰত উপস্থিত ভিক্টৰ দাস ইণ্ডিয়াছ গট লেটেণ্ট সন্দৰ্ভটো মুখ খুলিলে ভিক্টৰে ...

১০,১০০ গৰাকী আয়তীয়ে পৰিৱেশন কৰিলে দিহানাম

■ শিৱসাগৰ পিয়লিফুকন ষ্টেডিয়ামত আজি একেলগে ১০,১০০ গৰাকী আয়তীয়ে পৰিৱেশন কৰিলে দিহানাম। যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত ভিন্ন প্ৰান্তৰ পৰা অহা...

‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা’ আঁচনিৰ অধীনত শিৱসাগৰত ছাত্ৰী সকলক আৰ্থিক অনুদান প্ৰদান

◊ বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধ কৰি ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে আৰম্ভ কৰা এই আঁচনিৰ অধীনত আজি শিৱসাগৰ...

ঐতিহাসিক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ ড০ জিতেন হাজৰিকাৰ

শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়নভুক্ত উপাচাৰ্য ড০ জিতেন হাজৰিকা উপস্থিত হয় শিৱসাগৰ...

শিৱসাগৰৰ জয়ৰাপাৰত শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানঃ ভাগৱত ভ্ৰমণ আৰু শোভাযাত্ৰা

♦ অসমীয়া জাতিৰ জনক, সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ আদৰ্শক সৰু গত কৰি ৰাইজৰ মাজত আন্তৰিকতাপূৰ্ণ সমন্বয় সম্প্ৰীতি গঢ়াৰ লক্ষ্যৰে...

আৰ্থিক সংকটত লোকশিল্পী কমলা গগৈ, ৰাজ্য চৰকাৰলৈ বিশেষ অনুৰোধ

♥ দিহা নামৰ সম্ৰাট অসমৰ জনপ্রিয় শিল্পী তথা বকুলবন বঁটা, নৃত্যাঞ্জলি বঁটা, সাংস্কৃতি সাধনা বঁটাৰ লগতে দিহাসম্ৰাট আৰু দিহাৰত্ন...

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds