Wednesday, July 9, 2025
30 C
Guwahati
TOP NEWS:

পৰিস্মিতা ফুকনৰ কণ্ঠত ‘তোমাৰ গানে’ শীৰ্ষক মনপৰশা নতুন গীত

- Advertisement -

● দেৱজিত বৰা

বুনিয়াদ মিউজিকেল প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু অৰ্পণা বড়াৰ দ্বাৰা প্ৰযোজিত এটি নতুন মনপৰশা গীত জনপ্ৰিয় কণ্ঠশিল্পী পৰিস্মিতা ফুকনৰ কণ্ঠত শুভমুক্তিৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে ৷

‘তোমাৰ গানে’ শীৰ্ষক গীতটিৰ কথা অসমৰ অন্যতম এগৰাকী জনপ্ৰিয় কবি,গীতিকাৰ তথা চিন্তাশীল লেখক ভূষণজ্যোতি সন্দিকৈৰ। গীতটিৰ সুৰ কৰিছে ‘অসমীয়া প্ৰতিদি’ন কাকতৰ জেষ্ঠ্য সহকাৰী সম্পাদক তথা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ ,সুৰকাৰ মণি মহন্তই ৷

দেৱজিত বৰাৰ পৰিকল্পনাৰে গীতটিৰ সংগীত ব্যৱস্থাপনা কৰিছে লক্ষ্যজিত বৰুৱাই ৷ উল্লেখ্য যে অতি শীঘ্ৰে পৰিস্মিতা ফুকনৰ কণ্ঠত মুক্তি লাভ কৰিব লগা গীতটিয়ে সংগীত প্ৰেমী শ্ৰোতা – দৰ্শকক এক নতুনত্বৰ স্বাদ দিব বুলি আশা কৰিব পাৰি ৷

ফোনঃ ৬০০০৮১৩৩১৬

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
26.3 ° C
26.3 °
26.3 °
89 %
1.8kmh
100 %
Wed
27 °
Thu
33 °
Fri
34 °
Sat
31 °
Sun
31 °