31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    দুৰ্গাপূজা উপলক্ষে ডি অগ্নি এণ্ড ফেমেলি ৰেষ্টু’ৰেণ্টত গ্ৰেণ্ড গালা দুৰ্গা পূজা বাফেট মুকলিঃ ১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ চলিব খাদ্য উৎসৱ

    গুৱাহাটীঃ গুৱাহাটীৰ এ বি চিৰ ৰাজীৱ ভৱনৰ ওচৰত থকা হোটেল ডি অগ্নি এণ্ড ফেমেলি ৰেষ্ট্ৰ’ৰেণ্টত দেওবাৰে নতুনকৈ মেনু “গ্ৰেণ্ড গালা দুৰ্গা পূজা বাফেট “মুকলি কৰা হয়। হোটেল ডি অগ্নি এণ্ড ফেমেলি ৰেষ্ট্ৰ’ৰেণ্টৰ স্বত্বাধিকাৰী বিশ্বজিৎ বৰঠাকুৰে হোটেলখনৰ অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত দুৰ্গাপূজা বিশেষ মেনুখন মুকলি কৰে। ইয়াৰ লগতে দূর্গা পূজা বিশেষ মহাৰাজ থালীও মুকলি কৰা হয়। মহাৰাজ থালী নিৰামিষ শিশুৰ বাবে ৫৯৯ টকা, জ্যেষ্ঠ সকলৰ বাবে ৭৯৯ টকা আৰু আমিষ থালী ৯৯৯ টকাত উপলব্ধ। এই সম্পৰ্কে হোটেল ডি অগ্নি এণ্ড ফেমেলি ৰেষ্ট্ৰ’ৰেণ্টৰ স্বত্বাধিকাৰী বিশ্বজিৎ বৰঠাকুৰে কয় যে-শাৰদীয় দূর্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি আমি এইবাৰ খাদ্যৰসিকৰ বাবে বঙালী খাদ্য সম্ভাৰ আগবঢ়াইছো। ইয়াত আমিষ আৰু নিৰামিষ মুঠ ২০ বিধ খাদ্য সম্ভাৰ আগবঢ়াইছো। ইয়াৰ ভিতৰত আছে বাসন্তী পোলাও, জিৰা ৰাইজ, আলু পোস্ত, কোচা মাংস আদি থকাৰ লগতে কিছু চাইনীজ খাদ্যৰো জুতি খাদ্য ৰসিকে ল’ব পাৰিব। আমাৰ এই দুৰ্গা পূজা বিশেষ খাদ্য উৎসৱ ১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ চলিব। আমি আশাবাদী যে দূর্গাপূজাৰ সময়ত খাদ্য ৰসিকে আমাৰ ইয়াত বিভিন্ন সু-স্বাদু খাদ্যৰ জুতি ল’ব পাৰিব। তদুপৰি এটা গ্ৰুপত ৫জনতকৈ অধিক খাদ্যৰসিক আহিলে ১৫ শতাংশ ৰেহাই দিয়া হ’ব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds