Tuesday, July 1, 2025
26.8 C
Guwahati
TOP NEWS:

বিশ্বনাথত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্হিতিত দাও দাওকৈ জ্বলি উঠিল এখন চিতা

- Advertisement -

বিশ্বনাথত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্হিতিত দাও দাওকৈ জ্বলি উঠিল এখন চিতা

বিশ্বনাথৰ পানীভৰালস্থিত পুলিচ ৰিজাৰ্ভৰ সংৰক্ষিত ভূমিত আজি জ্বলিল এখন চিতা।কিন্তু এই চিতাত জ্বলা নাই কোনো মৃতদেহ, কৰা নাই কোনো মৃতদেহ সৎকাৰ। এই চিতাত জ্বলিছে ১ কোটি ৩০ লাখ ৮২ হাজাৰ ৪ শ টকাৰ নিচা জাতীয় সামগ্ৰী।

বিশ্বনাথ জিলা আৰক্ষীয়ে বিগত এক ডেৰ বছৰত বিশ্বনাথ জিলাৰ বিভিন্ন স্থানৰ পৰা অভিযান চলাই জব্দ কৰা গাঞ্জা,হেৰ’ইন,কফ চিৰাফ, টেবলেটকে ধৰি বিভিন্ন ধৰণৰ নিচাযুক্ত দ্ৰব্য সমূহ আজি বিশ্বনাথ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলৰ উপস্হিতিত দাহন কৰা হয়। ইয়াৰ ভিতৰত ১ কোটি ৩৭ হাজাৰ ৪০০ টকাৰ প্ৰায় ৫ শ গ্ৰাম হেৰ’ইন, ২৮ লাখ ৩৬ হাজাৰ ৪ শ টকাৰ মুঠ ৫৬ কেজি ৭০০ গ্ৰাম গাঞ্জা, ৬৮ হাজাৰ ৬০০ টকাৰ মুঠ ৯৮ টা কফ চিৰাপৰ বটল আৰু ১ লাখ ৪০ হাজাৰ টকাৰ মুঠ ২৮০ টা নিচাযুক্ত টেবলেট দাহন কৰা হয়।এই দাহন অভিযানত অংশ গ্ৰহণ কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে,জিলা অাৰক্ষী অধীক্ষক নবীন সিং,বিশ্বনাথ মহাবিদ্যায়ৰ অধ্যক্ষ ড০চিন্তা মনি শৰ্মা,আবকাৰী বিভাগৰ বিষয়া,জিলা আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলে।জিলা উপায়ক্ত গৰাজীয়ে কয় যে নৱ প্ৰজন্মক ধংস কৰা এই নিচা জাতীয় সামগ্ৰী সমূহৰ বিৰুদ্ধে ৰাজ্যচৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত এই দহন অভিযান চলোৱা হয়।আৰক্ষী অধীক গৰাকীয়েও এই অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি জানিব দিয়ে।

Hot this week

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
light rain
28 ° C
28 °
28 °
83 %
1.6kmh
99 %
Tue
33 °
Wed
29 °
Thu
32 °
Fri
28 °
Sat
27 °