পাণ্ডুত নিজ ঘৰৰ পৰা সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ পাণ্ডুঘাটত উদ্ধাৰ

জালুকবাৰীঃ মহানগৰীৰ পাণ্ডুত নিজ ঘৰৰ পৰা ৭ নৱেম্বৰত নিজ ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন হৈ থকা কিৰণ ধৰ নামৰ এজন ৩৩ বছৰীয়া যুৱকৰ মৃতদেহ পাঁচদিনৰ […]

গ্ৰাহকক স্বাস্থ্য বিধি উলংঘা কৰি মাছ-মাংস বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান

গুৱাহাটীঃ গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি মহানগৰীত কদৰ্য্য পৰিবেশত গ্ৰাহকক মাছ-মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগে […]

প্ৰথিতযশা শিল্পী, চিত্ৰ নিৰ্মাতা পুলক গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত তেখেতৰ জীৱন আৰু কৃতী আধাৰিত তথ্যচিত্ৰ প্ৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠান

আজি অসমৰ স্বনামধন্য শিল্পী তথা প্ৰসিদ্ধ চিত্ৰ নিৰ্মাতা প্ৰয়াত পুলক গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে পুলক গগৈ কালছাৰেল ট্ৰাষ্টৰ উদ্যোগত আৰু জ্যোতি চিত্ৰবন(ফিল্ম ষ্টুডিঅ’) ছ’চাইটীৰ […]

মধ্যপ্ৰদেশৰ গান্ধী আশ্ৰমৰ সঞ্চালিকা দময়ন্তী পানীক অমলপ্ৰভা দাস সৰ্বোদয় বঁটা প্ৰদানঃ শৰণীয়া আশ্ৰমত অমলপ্রভা দাস সর্বোদয় বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান

গুৱাহাটীঃ গান্ধীবাদী নেত্ৰী অমলপ্রভা দাসৰ ১১৩ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি কস্তুৰবা ট্রাষ্ট আৰু সৰ্বোদয় ট্রাষ্টৰ যৌথ উদ্যোগত আজি গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্রম চৌহদত আয়োজিত […]

এন এফ ৰে’লৱেৰ সদৰ কাৰ্যালয়ত ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি কৰি আছে জ্যেষ্ঠ অভিযন্তাইঃ সংবাদ মেলত এন এফ ৰে’লৱেৰ এছ চি, এছ টি এম্প্লইজ এচোছিয়েশ্যনৰ অভিযোগ

মালিগাঁওঃ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ত বি কে প্ৰসাদ নামৰ এজন জ্যেষ্ঠ অভিযন্তাই অনুসূচীত জাতিৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰি পদোন্নতি পৰ্যন্ত […]

ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত অধ্যক্ষৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদী কাৰ্যসূচী

মালিগাঁওঃ মালিগাঁও বৰিপাৰাস্থিত ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষই সময়মতে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত নকৰাকে ধৰি বিভিন্ন দাবী মানি নোলোৱাৰ প্ৰতিবাদত আজি কলেজ চৌহদত একাংশ […]

ৰে’লৱেৰ ট্ৰেড ইউনিয়ন স্বীকৃতিৰ নিৰ্বাচন; এনএফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান

মালিগাঁওঃ ভাৰতীয় ৰে’লৱেত ট্ৰেড ইউনিয়নৰ প্ৰশাসনীয় স্বীকৃতিৰ বাবে অহা ৪, ৫ আৰু ৬ ডিচেম্বৰত দেশজুৰি নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত জয়ী হ’বলৈ মুঠ ভোটাৰৰ শতকৰা […]

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ সামৰণি

জালুকবাৰীঃ আয়ুৰ্বেদিক চিকিৎসা সংস্থা (AMO) ৰ উদ্যোগত আৰু বিশ্ব আয়ুৰ্বেদ পৰিষদ, অসম শাখা আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটীৰ সহযোগত যোৱা ৯ আৰু ১০ নৱেম্বৰত গুৱাহাটীৰ […]

অসম জাতীয় পৰিষদৰ সংবাদ মেলৰ বক্তব্য

‘নিৰ্দিষ্ট এমুঠিমান ঠিকাদাৰৰ দখলত গৰিষ্ঠসংখ্যক চৰকাৰী প্ৰকল্পৰ কাম; বিলৰ ধনো কেৱল আদায় পায় দিছপুৰৰ আশীষধন্য ঠিকাদাৰেহে ৰাজ্যত বঞ্চিত-উপেক্ষিত লাখ লাখ থলুৱা ঠিকাদাৰ; অৰ্থনীতিৰ ওপৰতো পৰিছে […]

কামৰূপ(ম) জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান সম্পন্ন

কামৰূপ মহানগৰঃ ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত সমগ্ৰ অসমৰ লগতে কামৰূপ মহানগৰ জিলাতো ৫ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰৰ পৰা কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান আৰম্ভ হৈছে। এই […]