Friday, May 16, 2025
24.3 C
Guwahati

অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত  পূৰ্ণ  হাজৰিকা বাসগৃহ বিধায়ক ৰঞ্জিত দত্ত : শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিধায়ক ৰঞ্জিত দত্ত :

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

বিহালী সমষ্টিৰ ৰাংছালী গাঁৱৰ ধৰ্মপ্ৰাণ ব্যক্তি তথা অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণ হাজৰিকা আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে বিধায়ক ৰঞ্জিত দত্তই।
ইফালে বৃস্হপতি বাৰে বিধায়ক ৰঞ্জিত দত্ত উপস্থিত হয় প্ৰয়াত হাজৰিকা বাসগৃহত।


উপস্থিত হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা লগতে
শোকসন্তপ্ত পৰিয়ালৰ সৈতে একাত্ম হৈ এষাৰি সান্তনাৰ বাণীৰে সাহস দিয়াৰ প্ৰয়াস কৰা ওপৰিও পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে।
বিধায়ক গৰাকী লগত সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টীৰ বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা, বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস, ভাৰতীয় জনতা পাৰ্টীৰ অনূসুচীত জাতি মৰ্চাৰ জিলা সম্পাদ অৰূপ কুমাৰ দাস। আনহাতে বিহালী লোক প্ৰিয় হাইস্কুলৰ তৰফৰ পৰা ও এটা শিক্ষক গোটৰ লগতে কৰ্মচাৰী সকল উপস্থিত হৈ প্ৰয়াত হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাই গভীৰ শোক প্ৰকাশ কৰে।

- Advertisement -

Hot this week

The Art of Mindfulness and Health: New Meaning and Happiness in Life

Find people with high expectations and a low tolerance...

Concert Shows Will Stream on Netflix, Amazon and Hulu this Year

Find people with high expectations and a low tolerance...

The Biggest Hollywood Celebrities Visit the Ranches of California

Find people with high expectations and a low tolerance...

Sanders Gets Respectful Welcome at Conservative College

Find people with high expectations and a low tolerance...

Topics

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Luxmi Group Reinforces Its Commitment to National Service

Guwahati, 12 May, 2025: Proudly rooted in heritage and driven...

শ্ৰোণীৰ প্ৰদাহ ৰোগ

শ্ৰোণীৰ প্ৰদাহ ৰোগ পি আই ডি কাক কয়? পি...

Related Articles

Popular Categories

Assam
broken clouds
23.2 ° C
23.2 °
23.2 °
93 %
2kmh
77 %
Thu
23 °
Fri
36 °
Sat
25 °
Sun
30 °
Mon
33 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds