34 C
Guwahati
Wednesday, July 28, 2021

Buy now

পুৰীত আজিৰে পৰা আৰম্ভ হ’ল জগন্নাথ ৰথযাত্ৰা

♦মৃন্ময় শইকীয়াঃ

  • আজিৰে পৰা উৰিষ্যাৰ পুৰিত আৰম্ভ হ’ল ৰথযাত্ৰা
  • ভক্তৰ সমাগম অবিহনেই দ্বিতীয়বাৰৰ বাবে আৰম্ভ হ’ল ৰথযাত্ৰা৷
  • জগন্নাথ, বলোভদ্ৰ, সুভদ্ৰা তিনিখন ৰথৰ যাত্ৰা আৰম্ভ৷
  • কৰ’ণা টেষ্ট নিগেটিভ আৰু ভেকচিনৰ দুয়োটা পালি লোৱা সকলেহে টানিব পাৰিব ৰথ৷
  • মংগল আৰতীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷
  • ৰথযাত্ৰাত ভক্তৰ প্ৰৱেশ প্ৰতিহত কৰিবলৈ জাৰি কৰিছে দুদিনীয়া কাৰ্ফিউ৷
  • ৰথযাত্ৰাৰ বাবে মোতায়েন কৰা হৈছে প্ৰায় ১,০০০ বিষয়া৷
  • প্ৰতি বছৰে আহাৰ মাহৰ শুক্লপক্ষৰ তৃতীয় দিনা উৰিষ্যাৰ পুৰীত ভগৱান জগন্নাথৰ ৰথযাত্ৰা উলিওৱা হয়৷
spot_img

Related News @ Articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Stay Connected

21,981FansLike
2,876FollowersFollow
277SubscribersSubscribe
spot_img
- Advertisement -spot_img

Latest Articles & News

spot_img
Facebook
error: Content is protected !!