Thursday, June 12, 2025
37 C
Guwahati
TOP NEWS:

বৰভাগ কালাগত বিহু নাচ আৰু বিহু লোকবাদ্যৰ সাতদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

কৰ্মশালাখনি শুভ উদ্বোধন সমাজকৰ্মী ভূপেন তালুকদাৰৰ

ঘগ্ৰাপাৰ ফইজুল হক চৌধুৰীঃ নলবাৰী জিলাৰ বৰভাগ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আৰু সোনকুৰিহা যুৱক জ্যোতি সংঘ,বৰভাগ যুৱ সমাজ, বৰভাগ শাখা সাহিত্য সভাৰ লগতে বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজিৰে পৰা ২ এপ্ৰিল তাৰিখলৈ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত নৱম বাৰ্ষিক বিহু নাচ আৰু বিহু লোকবাদ্যৰ সাতদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে।

উক্ত অনুষ্ঠানটোত সভাপতিত্ব কৰে বৰভাগ সংগীত মহাবিদ্যালয়ৰ সভাপতি ফনিন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। বৰভাগ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ জগদীশ কাকতিয়ে আঁতধৰা উক্ত কৰ্মশালাখনি শুভ উদ্বোধন কৰি বিশিষ্ট সমাজকৰ্মী ভুপেন তালুকদাৰে অসমীয়া লোক সংস্কৃতিৰ ওপৰত সাৱলীলভাৱে ভাষণ প্ৰদান কৰে।উল্লেখযোগ্য যে উক্ত কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে আন্তৰ্জাতিক খ্যাতি সম্পন্ন ঢুলীয়া স্বপনীল অঞ্জন বৰা, আন্তৰ্জাতিক খ্যাতি সম্পন্ন নৃত্য শিল্পী ৰুমা ৰাভা, আন্তঃৰাষ্ট্ৰীয় বিহুৱা তথা ঢোল বাদক অনুপম হাজৰিকাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিহুৱা তথা পেঁপা বাদক জয়ন্ত ডেকা। উক্ত কৰ্মশালাখনিত বিভিন্ন অঞ্চলৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

- Advertisement -

Hot this week

ASSAM RIFLES UNDERTAKES PRO ACTIVE MEASURES TO THWART HEALTH ISSUES POST FLOODS

● Following the recent flood rescue efforts in Tripura...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

সত্ৰসমূহ বেদখলমুক্ত কৰি সত্ৰীয়া সংস্কৃতিৰ শিপাক মজবুত কৰি ৰখাৰ প্ৰয়াস

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন...

Topics

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

Related Articles

Popular Categories

Assam
clear sky
36 ° C
36 °
36 °
52 %
1.2kmh
1 %
Thu
35 °
Fri
35 °
Sat
34 °
Sun
32 °
Mon
35 °