আই এছ এলত দ্ৰুত ১০ টা গল আলাউদ্দিনৰঃ নৰ্থ ইষ্ট ইউনাইটেডৰ ড্ৰ’

বেংগালুৰু এফ চিঃ ২ [এলবাৰ্ট ১১ মিনিট, উইলিয়ামছ ৭০ মিনিট] নৰ্থ ইষ্ট ইউনাইটেডঃ ২ [আলাউদ্দিন ৯, ১৫ মিনিট] বেংগালুৰুঃ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত গলৰ […]

উত্তৰ গুৱাহাটীত ষঠ্ পূজা পালন, সন্ধিয়া সাংস্কৃতিক মঞ্চ মুকলি কৰিলে ৰঞ্জিত ভট্টাচাৰ্য্যই

উত্তৰ গুৱাহাটীঃ তীৰ্থ নগৰী উত্তৰ গুৱাহাটীৰ  মধ্যমখণ্ড ঘাটৰ বালি চাপৰিত অসমীয়া, বিহাৰী সকলোৱে মিলি জুলি ৭ আৰু ৮ নৱেম্বৰত দুদিনীয়াকৈ হৰ্ষোল্লাসৰে উদযাপন কৰিলে ষঠ্ পূজা। […]

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ভাষা গৌৰৱ সপ্তাহ পালন

অসমীয়া ভাষাটোক সদায় মাতৃৰ মুখৰ মৰ্যাদাসম্পন্ন ভাষা হিচাপে শ্ৰদ্ধাসহকাৰে প্ৰয়োগ কৰিব লাগিব গুৱাহাটীঃ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা গৌৰৱময় সময়চোৱা মধুৰ কৰি ৰখাৰ […]

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল-২০২৪ ৰ সামৰণি

গুৱাহাটী: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত জাপান কাৰ্নিভাল -২০২৪ ৰ আজি সন্ধিয়া সামৰণি পৰে। বিশ্ববিদ্যালয়খনৰ ইংৰাজী আৰু […]

উন্নয়নৰ স্বাৰ্থত আপৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান

● চামগুৰিত নুৰুল আমিন চৌধুৰী, বিহালীত অনন্ত গগৈৰ মাৰাথন প্ৰচাৰ গুৱাহাটী● চামগুৰিৰ আপৰ মনোনীত প্ৰাৰ্থী ডঃ নুৰুল আমিন চৌধুৰীৰ সমৰ্থনত সমষ্টিটোৰ ভূৰবন্ধা গাওঁ পঞ্চায়তৰ শান্তি […]

ভাষা গৌৰৱ সপ্তাহত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত বক্তৃতানুষ্ঠান

গুৱাহাটীঃ মহানগৰীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ প্ৰাক্তন প্ৰাগজ্যোতিষীয় সতীৰ্থ সন্মিলনৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত “ভাষা গৌৰৱ সপ্তাহ” উপলক্ষ্যে আজি এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ […]

অসম মহিলা অভিযন্তা সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন

গুৱাহাটীঃ ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন অসম মহিলা অভিযন্তা সন্থা’ৰ (Women Engineers Forum of Assam) ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস অহা ৯ নবেম্বৰত গুৱাহাটীৰ […]

ৰঙামাটিত দিনে-নিশাই পকা শালি ধানত বনৰীয়া হাতীৰ অবাধ বিচৰণঃ বন বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন ৰাইজৰ

আজাৰাঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা কিছু নিলগৰ আৰু দক্ষিণ কামৰূপৰ ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ বিজয়নগৰৰ কাষৰীয়া জনবহুল বৃহত্তৰ ৰঙামাটিৰ বিভিন্ন […]

সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ সহযোগত ৪৬ জন ছাত্ৰ-ছাত্ৰীক প্ৰায় ৯০% বিনামূলীয়াকৈ UPSC/APSC পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে গুৱাহাটীত পাঠদানৰ ব্যৱস্থা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰত্যেকতো জাতি জনগোষ্ঠী উন্নয়নৰ হকে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ একেদৰে সংখ্যালঘু উন্নয়নৰ বাবে বহুত নতুন আঁচনি আৰু প্ৰদক্ষেপ গ্ৰহণ […]

বিশিষ্ট লেখিকা জোনমণি গগৈলৈ ‘ইণ্টাৰনেচনেল একাডেমী এৱাৰ্ড অৱ্ এক্সিলেন্স’ বঁটা

দেৱজিত বৰাঃ ডঃ বাবা চাহেব আম্বেদকাৰ কলেজ (DR BABASAHAB AMBADKAR COLLEGE) আৰু ইণ্টাৰনেচনেল একাডেমী অৱ্ ইথিকছ (INTERNATIONAL ACADEMY OF ETHICS) ৰ যৌথ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে […]