31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদৰ নলবাৰী জিলা সমিতিৰ(মহিলা প্ৰভাগ) প্ৰশংসনীয় পদক্ষেপ : 

     

     

    অসম খৱৰ  নলবাৰী ফইজুল হক চৌধুৰী :

    ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদ(National Welfare Council) নামৰ ৰাষ্ট্ৰীয় সামাজিক সংগঠনটোৱে জিলা খনৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান কৰি আহিছে ।
    ১১ নৱেম্বৰত স্বেচ্ছাসেৱী সংগঠনটোৱে নলবাৰী চহৰস্থিত নলবাৰী সত্র মজলীয়া বিদ্যালয়ৰ ছাত্র-ছাত্রী আৰু শিক্ষক শিক্ষয়িত্রী সকলৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধি আৰু মহামাৰী কভিডৰ পৰা ৰক্ষা কৰিবলৈ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰাৰ লগতে বিদ্যালয় খনৰ প্ৰাংগনত গছপুলি ৰোপন কৰে ।

    স্বেচ্ছাসেৱী সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ (মহিলা প্ৰভাগ ) সভানেত্রী জিমনি তামুলী আৰু সাধাৰণ সম্পাদিকা বিজুলী কলিতাৰ নেতৃত্বত অনুস্থিত অনুস্থানটোত সংগঠনটোৰ সদস্য দীপামনি বৈশ্য , বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্রী মিনা বেগম সহ শিক্ষক শিক্ষয়িত্রী সকল উপস্থিত থাকি সহযোগিতা কৰে । স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ এনে পদক্ষেপক ধন্যবাদ জনোৱাৰ লগতে সংগঠনটোলৈ শুভেচ্ছা জনায় আৰু ভৱিষ্যতে বিভিন্ন সামাজিক কাম কাজ কৰিবলৈ আহ্বান জনায় বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্রী মিনা বেগম সহ শিক্ষক শিক্ষয়িত্রী সকলে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds