31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত আই আই টি, গুৱাহাটী চৌহদত গছপুলি ৰোপণ অভিযান

    গুৱাহাটীঃ অগ্ৰণী অনা চৰকাৰী সংগঠন “লেংডন ফাউণ্ডেচন”ৰ উদ্যোগত পৰিবেশ সংৰক্ষণ সজাগতা বিষয়ক কাৰ্য্যসূচীৰ অংশহিচাপে আজি উত্তৰ গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ আই আই টি, গুৱাহাটী চৌহদত এক গছপুলি গছপুলি ৰোপনৰ কাৰ্যসূচী পালন কৰা হয়।

    উল্লেখ্য যে বিগত সময়চোৱাত লেংডন ফাউণ্ডেচনে সমাজক সজাগ আৰু সচেতন কৰিবৰ বাবে এনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আনহাতে নতুন প্ৰজন্মক প্ৰেৰণা আৰু উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে আজি গছপুলি ৰোপনৰ কাৰ্যসূচী পালন কৰা হয়।

    অনুষ্ঠানত সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ মনোৰঞ্জন বৰগোহাঁই, অধ্যক্ষ নিতুল বৰগোহাঁই, কাৰ্যকৰী সভাপতি ড০ লুকুমনি বৰা, ড০ কুল কমল সেনাপতি, উপদেষ্টা হৰেণ বৰগোহাঁই, মৃগেন শৰ্মা, দিগন্ত দাস, প্ৰনৱ হাজৰিকা, শান্তনু গগৈ, চাহিল হুছেইন, মঞ্জিল দাস, কুইন হাজৰিকা, পংকজ শেখৰ বৰুৱাকে ধৰি বহুকেইজন সদস্য উপস্থিত আছিল।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds