Thursday, May 29, 2025
25 C
Guwahati
TOP NEWS:

বিহালী বৰগাংত আৰু বাঘমৰী খণ্ড উন্নয়ন কাৰ্যালয়ত
প্রতিবাদী কাৰ্যসূচী ঠিকাভিত্তিক কৰ্মচাৰী

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিহালী বৰগাংত আৰু বাঘমৰী খণ্ড উন্নয়ন কাৰ্যালয়ত
প্রতিবাদী কাৰ্যসূচী ঠিকাভিত্তিক কৰ্মচাৰী :

বিশ্বনাথ চাৰিআলি ১ ফেব্ৰুৱাৰী :

সমগ্র ৰাজ্যৰ লগতে বিহালী সমষ্টিটোৰ দুটা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত ঠিকাভিত্তিক কৰ্মচাৰী সকলে আজি পৰা কৰ্মবিৰতি ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

উল্লেখযোগ্য যে যোৱা ২৯ জানুৱাৰীৰ শনিবাৰে অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত সভাকক্ষত বিভাগীয় উৰ্দ্ধতম কর্তৃপক্ষ আৰু পঞ্চায়ত ও গ্রামােন্নয়ণ
বিভাগৰ ঠিকাভিত্তিক কর্মচাৰী পৰিষদৰ মাজত পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ সভাপতিত্বত এখনি আলােচনা সভা অনুষ্ঠিত হৈছিল।


কিন্তু এই আলােচনা সভাত
পঞ্চায়ত ও গ্রামােন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কর্মচাৰী পৰিষদে জনোৱা দাবী সমূহ আজি পৰ্যন্তে কাৰ্যকৰী নকৰাত
মঙ্গলবাৰৰ পৰা কর্মবিৰতি আৰু অৱস্থান ধর্মঘটৰ দৰে গণতান্ত্রিক প্ৰতিবাদী
কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক হুংকাৰ প্ৰদান কৰা দেখা গ’ল। ৰাজ্যৰ আন আন জিলা লগতে বিশ্বনাথ জিলাৰ বিহালী খণ্ড উন্নয়ন
বিষয়া কাৰ্যালয় আৰু বাঘমাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় অন্তৰ্গত পঞ্চায়ত ও গ্রামােন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।


ইফালে প্ৰতিবাদী কাৰ্যসূচী পিছতে খণ্ড উন্নয়ন বিষয়া জৰিয়তে
অসম চৰকাৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তলৈ
একোখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে কৰ্মচাৰী সকলে।

- Advertisement -

Hot this week

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

ASSAM RIFLES RECOVERS HEROIN WORTH ₹3.5 CRORE IN CACHAR DISTRICT, ASSAM

In a decisive blow to narco trafficking in the...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
moderate rain
25.2 ° C
25.2 °
25.2 °
95 %
0.9kmh
100 %
Thu
25 °
Fri
24 °
Sat
31 °
Sun
28 °
Mon
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds