31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ দেহাৱসান

    অসমৰ প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৭ বছৰ।...

    শেহতীয়া আপডেটঃ

    বিহালীত সজাগতা সভা নেহৰু যুৱ কেন্দ্ৰ তেজপুৰৰ

    বিহালীত সজাগতা সভা নেহৰু যুৱ কেন্দ্ৰ তেজপুৰৰ :

    বিহালী ১৬ জানুৱাৰী :

    National youth festival 2022 ৰ National youth Week ৰ
    লগত সংগতি ৰাখি শনিবাৰে বিহালী জালুকবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত নেহৰু যুৱ কেন্দ্ৰ তেজপুৰ আৰু টেলেঙনীয়া যুৱ সমাজৰ সহয়োগত social service Day ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱীকা বৰ্নালী কাশ্যপে আতঁ ধৰা সভা খনৰ সভাপতিত্ব কৰে সুভাচ চন্দ্ৰ দাসে।
    ইফালে সজাগতা সভা খনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ ৰাংছালী জনতা শংকৰদেৱৰ শিশু নিকেতনৰ আচাৰ্য্য শৈশৱ বৰুৱাই। বৰুৱাই অঞ্চলৰ কণ কণ শিশু সকলক কি দৰে ঘৰত থকা সময়ত পঢ়া শুনা কৰিলে মনত থাকিব তাৰ এক প্ৰণালী প্ৰকাশ কৰে সভাত।


    এই সজাগতা সভাত উপস্থিত থাকে
    প্ৰাক্তন ছাত্ৰ সন্থা নেতা
    মানস জ্যোতি দাস,
    সুভাচ চন্দ্ৰ দাস শিক্ষক মধ্য টেলেঙনীয়া প্ৰাথমিক বিদ্যালয় লগতে টেলেঙনীয়া যুৱ সমাজৰ সদস্য সকল,স্থানীয় মইনা পাৰিজাতৰ ছাত্ৰ-ছাত্ৰী লগতে অভিভাৱক ও গাঁৱৰ খনৰ সচেতন ৰাইজ উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.