31.3 C
Guwahati
Saturday, November 8, 2025
More

    শেহতীয়া আপডেটঃ

    বিলাসীপাৰাৰ ২২ গৰাকী হজ যাত্ৰীয়ে উমৰাহ হজৰ বাবে কাৱা শ্বৰীফলৈ ৰাওনা

    ◻️ বিলাসী পাৰা আনন্দ নগৰ বাঙালীপাৰা গাওঁ পঞ্চায়তৰ বিভিন্ন অঞ্চলৰ পুৰুষ মহিলা সহ ২২ গৰাকী উমৰাহ হজ যোৱা হজ-যাত্ৰীক সমূহীয়া সম্বৰ্ধনা জ্ঞাপন কৰে বাঙালীপাৰাবাসী ৰাইজে।
    ◻️ ২২ গৰাকী কৈ হজ যাত্ৰীয়ে মদিনাৰ কাৱা-শ্বৰীফ লৈ ৰাওনা হয়।


    ◻️ উক্ত ২২ গৰাকী হজ-যাত্ৰীক ফলিমাৰী ১ম খণ্ড জামে মছজিদত সমূহীয়া সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আখেৰি সমূহীয়া দোৱা প্ৰাৰ্থনা কৰে ৰাইজে।
    ২২ গৰাকী হজ যাত্ৰীক যাতে সু-শৰীৰে মদিনাৰ কাৱা-শ্বৰীফলৈ গৈ হজ সম্পূৰ্ণ কৰি সুকলমে ঘৰ লৈ ঘূৰি আহিব পাৰে তাকেই সমূহীয়া বাবে দোৱা প্ৰাৰ্থনা কৰে ৰাইজে।
    ◻️ আলহাজ মোস্তাফিজুৰ ৰহমানৰ সহযোগত এই ২২ গৰাকী হজ যাত্ৰীক অতি কম খৰচ আৰু সুবিধা জনক বাবে কাৱা-শ্বৰীফ লৈ যোৱাৰ ব্যৱস্থা কৰিছে।
    ◻️ অহা জানুৱাৰী, আগষ্ট আৰু নৱেম্বৰ মাহত পুনৰ আলহাজ মোস্তাফিজুৰ ৰহমানৰ সহযোগত উমৰাহ হজৰ ব্যৱস্থা কৰা হৈছে। কোনোবাই যদি যাব বিচাৰে তেন্তে অধিক জানিবলৈ ধুবুৰী-বিলাসীপাৰাবাসী ৰাইজে এই নম্বৰত 7002590446/9613765649 যোগাযোগ কৰিবলৈ আহ্বান জনায় আলহাজ মোস্তাফিজুৰ ৰহমান তথা তেওঁৰ সহযোগী সকলে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds