31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    বিনামূলীয়া পাঠদানৰ শুভাৰম্ভ

    গুৱাহাটী, ১০ নৱেম্বৰ: মহানগৰীৰ সৰুসজাইৰ নালাপাৰাৰ লক্ষ্মী-নাৰায়ণ সামূহিক-সাংস্কৃতিক কেন্দ্ৰত বিশ্ব হিন্দু পৰিষদ উত্তৰ-পূব প্ৰান্ত সেৱা বিভাগ, লখৰা খণ্ডৰ উদ্যোগত আৰু লক্ষ্মী-নাৰায়ণ সামূহিক-সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ আজি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়।

    প্ৰতি সপ্তাহৰ দেওবাৰে ৰাতিপুৱা ৭-৩০ বজাৰ পৰা ১০.৩০ বজালৈ গণিত, বিজ্ঞান, ইংৰাজী আৰু অসমীয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদানৰ ব্যৱস্থা কৰা হৈছে।

    আজিৰ কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদৰ কেইবাগৰাকীও কৰ্মকৰ্তাৰ লগতে কেইবাগৰাকীও শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অনুষ্ঠানত কেন্দ্ৰৰ সদস্য-সদস্যাসকলৰ উপৰি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ অনুষ্ঠানত উপস্থিত থকা আটাইলৈকে উদ্যোক্তাসকলে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds